কামৰূপ মহানগৰ জিলা কবি সমাজৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন
গুৱাহাটী ,১৬ জুলাই: অসম কবি সমাজৰ স্বীকৃতিপ্রাপ্ত কামৰূপ মহানগৰ জিলা কবি সমাজৰ কার্যনির্বাহক সদস্যৰ শপত গ্রহণ অনুষ্ঠানটো ১৩ জুলাইত গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত শঙ্কৰদেৱ বিদ্যানিকেতনত অনুস্থিত হয়। জিলা সম্পাদক ৰঞ্জন কুমাৰ শর্মাই আঁত!-->!-->!-->!-->!-->…