মুকলি হ’ল ‘দ্য গাৰ্ডেনাৰ’ আৰু ‘আমচৈ’; দেশজুৰি পেকেট চাহৰ বজাৰত পদাৰ্পণ মা কামাখ্যা এছ’চিয়েটছৰ
গুৱাহাটী, ৮ জানুৱাৰী : চাহ খেতি আৰু উৎপাদনৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ আধাৰত মা কামাখ্যা এছ’চিয়েটছে মুকলি কৰিছে ‘দ্য গাৰ্ডেনাৰ’ আৰু ‘আমচৈ’ নামৰ দুটাকৈ বিশেষ পেকেট চাহৰ ব্ৰেণ্ড। সুস্বাদু চাহৰ এই নতুন সম্ভাৰেৰে প্ৰতিষ্ঠানটোৱে সংগঠিত চাহ!-->!-->!-->…