লংকেশ্বৰ ধামত শ্ৰী শ্ৰী গনেশ পূজাৰ আয়োজন
জালুকবাৰী , ১৯ জানুৱাৰী : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ শ্ৰী শ্ৰী লংকেশ্বৰ ধামৰ নামনিত থকা গনেশ মন্দিৰত অহা ২২ জানুৱাৰীত বৰদা চতুৰ্থীৰ লগত সংগতি ৰাখি শ্ৰী শ্ৰী গণেশ পূজাৰ আয়োজন কৰা হৈছে । শ্ৰী শ্ৰী লংকেশ্বৰ ধাম আঞ্চলিক পৰিচালনা কমিটিৰ!-->!-->!-->…