দখলা পাহাৰসহ ব্ৰহ্মপুত্ৰৰ নান্দনিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্য্যটক- দৰ্শনাৰ্থীক

December 25, 2020 asombhumi 0

ক’ভিড কেন্দ্ৰীক পৰিস্থিতিৰ কিছু উন্নতি হোৱাৰ পাছত ৰাজ্যত ক্ৰমাৎ স্বাভাৱিক অৱস্থা ঘূৰি অহা পৰিলক্ষিত হৈছে। লাহে লাহে দেশ-বিদেশৰ পৰ্য্যটক বা ভ্ৰমণকাৰী অহা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য […]

চানডুবি উৎসৱ উপলক্ষে ফটোগ্ৰাফী প্ৰতিযোগিতাৰ আয়োজন

December 24, 2020 asombhumi 0

দৃষ্টিনন্দন প্ৰাকৃতিক শোভাৰে পৰিবেষ্টিত চানডুবি বিলক কেন্দ্ৰ কৰি প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে “চানডুবি উৎসৱ” । এই বছৰো ইয়াৰ ব্যতিক্ৰম নঘটিব । অহা নতুনবর্ষৰ পহিলা […]

যোৰাবাটত পুৱতি নিশা মেঘালয়ৰ পৰা গুৱাহাটীলৈ অনা অৱস্থাত চোৰাং শাল কাঠসহ বাহন জব্দ

December 24, 2020 asombhumi 0

বন বিভাগৰ গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ অসম- মেঘালয় সীমান্তত থকা যোৰাবাট বন শিবিৰৰ বনকৰ্মীৰ দলে আজি পুৱতি নিশা প্ৰায় দুই মান বজাত বিশেষ […]

সদৌ অসম হস্ত-তাত সমবায় সন্থাৰ অধিবেশন সম্পন্ন , শিপিনীৰ কল্যাণৰ আঁচনি ৰূপায়ণৰ বাবে কেবাটাও সিদ্ধান্ত গ্ৰহণ

December 24, 2020 asombhumi 0

সদৌ অসম হস্ত-তাত সমবায় সন্থাৰ ত্ৰি-বাৰ্ষিক অধিবেশনখন ২৩ ডিচেম্বৰত গুৱাহাটীৰ গৌৰী সদনত অনুষ্ঠিত হৈ যায় ।এই উপলক্ষে সন্থাৰ সভাপতি আৰু বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সভাপতিত্বত […]

ডুগডুগীৰ উৎপল বণিয়ালৈ FFAA ৰ খিতাপ

December 24, 2020 asombhumi 0

ফেশ্যন ফ্ৰেট্ৰানিটি অফ আচ্ছাম এৱাৰ্ডৰ চমুকৈ FFAA ৰ তৰফৰ পৰা অসমৰ শ্রেষ্ঠ জুৱেলাৰী ডিজাইনাৰ (ট্ৰেডিচনাল) খিতাপ দখল কৰিবলৈ সক্ষম হয় ডুগডুগীৰ উৎপল বণিয়াই।এতিয়ালৈকে ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় […]

আজাৰাত অগপৰ ঐক্য সমাৰোহ

December 24, 2020 asombhumi 0

হাজাৰ হাজাৰ জনসাধাৰণৰ স্বত্বঃষ্ফুত উপস্থিতিযে পুনৰবাৰ প্ৰমাণ কৰিলে অসম গণ পৰিষদ দলৰ শক্তি। পশ্চিম গুৱাহাটী সমষ্টিৰ আজাৰাত অসম গণ পৰিষদ দলৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ […]

কৃষক আন্দোলন আৰু চৰকাৰ

December 23, 2020 asombhumi 0

এইবাৰ অন্নদাতাসকল জাগিছে। প্রথমে পাঞ্জাৱ আৰু হাৰিয়ানা। আৰু পাছত সমগ্ৰ দেশলৈ বিয়পি পৰিছে। কৃষক আন্দোলন। যিবিলাক ৰাজ্যত কৃষক সংগঠন শক্তিশালী নহয়, সেইবােৰ ৰাজ্যতাে কৃষকসকলৰ সচেতন […]

ভূটানত লকডাউন ঘােষণা।

December 23, 2020 asombhumi 0

কোৰােনাৰ সংক্রমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত চুবুৰীয়া ৰাষ্ট্র ভূটানত লকডাউন ঘােষণা কৰা হৈছে। মঙলবাৰে ভূটান চৰকাৰে দেশখনত এসপ্তাহৰ বাবে লকডাউন ঘােষণা কৰে। উল্লেখ্য যে ভূটানৰ ৰাজধানী থিম্ফত […]