
নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ জিএনএম আৰু বিএচচি নাৰ্চিঙৰ শিক্ষাৰ্থীৰ শপত গ্ৰহণ অনুষ্ঠান
কামৰূপ জিলাৰ অন্তৰ্গত মিৰ্জাৰ শান্তিপুৰস্থিত নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানে প্ৰতিষ্ঠাকালৰে পৰা সমাজত শৈক্ষিক অগ্ৰগতিৰ খতিয়ান দাঙি ধৰি আহিছে। আজি নাৰ্চিং শিক্ষাৰ অন্যতম এই শৈক্ষিক প্ৰতিষ্ঠানখনে জিএনএম […]