পলাশবাৰীৰ আমৰাঙ্গা বৰিহাটত দ্বিতীয় বাৰ্ষিক ঐছাঁ নাট মহোৎসৱ

January 18, 2021 asombhumi 0

পলাশবাৰীৰ আমৰঙ্গা বৰিহাট অগ্ৰণী সাহিত্য সংস্কৃতিৰ অনুষ্ঠান ‘ঐক্যতান’ আৰু ‘ছাঁ’ ই অনুষ্ঠিত কৰি আহিছে ‘ঐছাঁ’ নাট মহোৎসৱ। যোৱা বৰ্ষত ক’ৰণা মহমাৰীৰ পৰিপেক্ষিতত উক্ত নাট মহোৎসৱ […]

বৰদুৱাৰ বাগানত স্মৃতিচাৰণ অনুষ্ঠান

January 18, 2021 asombhumi 0

কামৰূপ জিলাৰ পলাশবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰদুৱাৰ বাগানত ১৭ জানুৱাৰীত সদ্যপ্ৰয়াত বিষ্ণুৰাভাৰ সংগ্ৰামী সতীৰ্থ সত্যনাথ ৰাভা আৰু অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী চুলেমান হুছেইনৰ স্মৃতিচাৰণ […]

উপৰহালীত ভোগালী বিহু উদযাপন

January 16, 2021 asombhumi 0

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোগৰ উৎসৱ ভোগালী বিহু ভিন্ন ধৰণে উদযাপন কৰিছে। পলাশবাৰী সমষ্টিৰ উপৰহালী ৰাইজ গয়ৰহে বিগত বৰ্ষবোৰৰ দৰে এইবেলিও ব্যতিক্ৰমী ধৰণে উদযাপন কৰিলে ভোগালী […]

Amazonৰ সৈতে Airtel ৰ বিশেষ অফাৰ

January 13, 2021 asombhumi 0

প্ৰতিজন ভাৰতীয়ৰ বাবে উচ্চ মানদণ্ডৰ মনোৰঞ্জনৰ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰাৰ প্ৰচেষ্টা ত্বৰান্বিত কৰা, প্ৰাইম ভিডিঅ’ ম’বাইল এডিছন আৰম্ভ কৰিছে এমাজনে । গ্ৰাহকক ম’বাইল- অনলী প্ৰাইম ভিডিঅ’ […]

অসম জাতীয় পৰিষদত যোগ দিব যুৱ উদ্যোগী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ডিজাইনাৰ উৎপল বনিয়াই

January 12, 2021 asombhumi 0

অহা ১৬ জানুৱাৰীত অজাপৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু ৮২নং ৰহা বিধানসভা সমষ্টি সমিতিৰ সহযোগত নগাঁও জিলাৰ কচুৱা তিনিআলিৰ জাতীয় বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ’বলগীয়া এখন […]

উপৰহালীত গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানত উদ্যোগীয় দক্ষতা বিকাশ প্ৰশিক্ষণৰ সামৰণি

January 12, 2021 asombhumi 0

পলশাবাৰীৰ উপৰহালীস্থিত অসম গ্ৰামীণ বেংক গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ছয় দিনীয়া সাধাৰণ উদ্যোগীয় দক্ষতা বিকাশ প্ৰশিক্ষণৰ সফল সামৰণি পৰে। এই উপলক্ষে আয়োজন কৰা প্ৰমাণ পত্ৰ […]

প্ৰতিধ্বনিৰ উদ্যোগত গ্ৰন্থ উন্মোচন, শিল্পী-সাহিত্যিকক সম্বৰ্ধনা

January 11, 2021 asombhumi 0

সাহিত্য সাংস্কৃতিক অনুষ্ঠান প্ৰতিধ্বনিয়ে বিভিন্ন সময়ত সাহিত্য আৰু সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ লগতে স্বনামধন্য ব্যক্তিসকলক সময়ে সময়ে সন্মান জনাই আহিছে। প্ৰতিধ্বনিৰ উদ্যোগত পলাশবাৰীৰ সাংস্কৃতিক […]