টপচেম চিমেণ্টৰ চকু পৰীক্ষা শিবিৰ

‘গুৱাহাটী, ২৯ ফেব্ৰুৱাৰীঃ উত্তব পূর্বাঞ্চলব অন্যতম অগ্রণী চিমেন্ট ব্রেগু টপচেম চিমেন্টে ‘আই ডাক্তর্স’ ‘এন আই ক্লিনিক আৰু চার্জাৰী চেন্টাৰ’ গুৱাহাটীৰ, সহযোগিতাত সপ্তম সংখ্যক বিনামূলীয়া চকু ছানি পৰা ৰোগৰ অষ্ট্ৰোপচাৰৰ লগতে চকু পৰীক্ষা শিবিৰ আয়োজিত কৰিছে। চকু ছানি পৰা ৰাইজক সম্পূর্ণ বিনামূলীয়াকৈ চকুৰ যত্ন প্রদানৰ লক্ষ্যবে উপচেম চিমেণ্টৰ এয়া সপ্তম প্রয়াস। মৰিগাঁও আৰু ওদালগুৰিৰ গ্রামীণ অঞ্চলব দুর্বল দৃষ্টি শক্তি সম্পন্ন ২০০ গৰাকী ৰোগীৰ পৰীক্ষা কৰিবলৈ সক্ষম হ’ব বুলি মানস কৰা হৈছে। শিবিৰটো যোৱা ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিছিল আই ডাক্তর্স ‘এন আই ক্লিনিক আৰু চার্জাবী চেন্টাৰ’ গুৱাহাটী চিকিৎসকমণ্ডলীৰ এটা বিশেষজ্ঞ দলে। ‘টপচেম চিমেন্টে সর্বদায় প্রতিটো সামাজিক উন্নয়নৰ উদ্দেশ্যব প্রতি প্রতিশ্রুতিবদ্ধ, যিয়ে আর্থিকভাবে দুর্গতসবক সর্বাংগীণ বিকাশত সহায়তা প্রদান কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*