Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
গ্ৰেণ্ড কেক মিক্সিং সমাৰোহেৰে উৎসৱৰ বতৰৰ শুভাৰম্ভ ৰেডিছন ব্লু গুৱাহাটীৰ
গুৱাহাটী; ৬ ডিচেম্বৰ : যোৱা ৫ ডিচেম্বৰত আয়োজন কৰা বহু প্ৰত্যাশিত বাৰ্ষিক কেক মিক্সিং সমাৰোহেৰে উৎসৱৰ বতৰক আদৰণি জনালে ৰেডিছন ব্লু গুৱাহাটীয়ে। এই উপলক্ষে আয়োজিত আজিৰ উৎসৱমুখৰ আবেলিটোত একেলগে সন্মিলিত হয় বিশিষ্ট অতিথি, অংশীদাৰ আৰু!-->!-->!-->…
এইচ ডি এফ চি বেংকে ৫ ডিচেম্বৰ, ২০২৫ তাৰিখে তেওঁলোকৰ ১৭ সংখ্যক বাৰ্ষিক ৰক্তদান অভিযান আয়োজন কৰিব
গুৱাহাটী , ২ ডিচেম্বৰ : ভাৰতৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বেংক এইচ ডি এফ চি বেংকে ইয়াৰ ফ্লেগশ্বিপ চি এচ আৰৰ উদ্যোগত "পৰিৱৰ্তন" ৰ অধীনত দেশব্যাপী ৰক্তদান অভিযানৰ সোতৰ সংখ্যক সংস্কৰণৰ আয়োজন কৰিবলৈ সাজু হৈছে। ৫ ডিচেম্বৰ, ২০২৫ তাৰিখে প্রাত ৯: ৩০!-->…
হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত ৰাণীৰ চহা কৃষক ; আধুনিক পদ্ধতিৰে পথাৰত মাৰিছে…
ৰাণী, ২৭ নবেম্বৰ : কাতি মাহ পাৰ হৈ ১৮ নৱেম্বৰত আৰম্ভ হৈছে আঘোন মাহ । ইতিমধ্যে লাহে লাহে পকা ধানেৰে সোণোৱালী হৈ পৰিছে খেতিপথাৰ সমুহ । সোণগুটিৰে সোণোৱালী হৈ পৰা আঘোনৰ পথাৰত চহা কৃষক-দাৱনীৰ সীমাহীন ব্যস্ততা। কিন্তু ৰাজ্যৰ আন বহু!-->!-->!-->!-->!-->…
“এ টুজেডঅৱঅপেনিং এ ছাকচেছফুলস্কুল”কৰ্মশালাতউত্তৰ-পূৰ্বাঞ্চলৰশতাধিকশিক্ষাউদ্যোগীৰঅংশগ্ৰহণ
গুৱাহাটী; ২৬ নৱেম্বৰ : বিদ্যালয় স্থাপনৰ একসফল নীতি-নিৰ্ধাৰণৰ উদ্দেশ্যে গুৱাহাটীৰ হোটেল ভিভাণ্টাত অনুষ্ঠিত হৈ যায় “এ টুজেডঅৱঅপেনিং এ ছাকচেছফুল স্কুল” শীৰ্ষক এখন দিনজোৰা কৰ্মশালা। এই বিশেষ কৰ্মশালাখনত অংশগ্ৰহণ কৰে!-->!-->!-->!-->!-->…
অসমৰ মায়ঙত মুকলি ‘ৰাইনো এণ্ড ৰিভাৰ’ৰ বিলাসী বুটিক বন্যপ্ৰাণী ৰিট্ৰিট
২৪ নৱেম্বৰ : প্ৰখ্যাত পবিতৰা অভয়াৰণ্যৰ পৰা মাত্ৰ কেইমিনিটমান দূৰত্বত, মায়ঙৰ সুবিস্তৃত সেউজীয়া পথাৰৰ মাজত আনুষ্ঠানিকভাৱে উন্মোচিত হ'ল এক বুটিক বন্যপ্ৰাণী ৰিট্ৰিট, যাৰ নাম 'ৰাইনো এণ্ড ৰিভাৰ'। চাৰিওফালে বিস্তীৰ্ণ কৃষিভূমি আৰু!-->!-->!-->!-->!-->!-->!-->…
২৩ নৱেম্বৰত গুৱাহাটীত ‘এ টু জেড অৱ অপেনিং এ ছাকচেছফুল স্কুল’ শীৰ্ষক কৰ্মশালাৰ আয়োজন
গুৱাহাটী, ২০ নৱেম্বৰ : উত্তৰ-পূৰ্বাঞ্চলত বিদ্যালয় স্থাপনৰ বাবে বাস্তৱসন্মত কৌশল প্ৰদান কৰিবলৈ অহা ২৩ নৱেম্বৰ দেওবাৰে গুৱাহাটীৰ ভিভাণ্টা হোটেলত অনুষ্ঠিত হ’ব “এ টু জেড অৱ অপেনিং এ ছাকচেছফুল স্কুল” শীৰ্ষক এক বিশেষ কৰ্মশালা। উল্লেখ্য!-->!-->!-->!-->!-->…
জি এম ডি এৰ সহযোগত নেহৰু পাৰ্কত পূৰবী মিল্ক বুথৰ শুভ উদ্বোধন
গুৱাহাটী, ২০ নৱেম্বৰ : উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ দুগ্ধ সমবায় ব্ৰেণ্ড ‘পূৰবী’য়ে নিজৰ বিপণন নেটৱৰ্ক দ্ৰুততাৰে সম্প্ৰসাৰণ ঘটাই বৃহস্পতিবাৰে গুৱাহাটীৰ নেহৰু পাৰ্কৰ সমীপত এটা নতুন মিল্ক বুথৰ শুভ উদ্বোধন কৰে। উল্লেখ্য যে, এয়া গুৱাহাটী!-->!-->!-->!-->!-->…
পিয়াৰলেছ হাস্পতাল গুৱাহাটীৰ উদ্যোগত হোলি হোম স্কুলৰ ছাত্ৰীসকলৰ বাবে স্বাস্থ্য পৰীক্ষা শিবিৰ…
গুৱাহাটী, ২০ নৱেম্বৰ : পিয়াৰলেছ হাস্পতাল গুৱাহাটীয়ে যোৱা মঙলবাৰে হোলি হোম স্কুলৰ ছাত্ৰীসকলৰ বাবে এটা বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰে। স্বাস্থ্য পৰীক্ষা শিবিৰত তেওঁলোকৰ ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা, পুষ্টি আৰু সামগ্ৰিক!-->!-->!-->!-->!-->…
বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ভূপেন হাজৰিকা-জুবিন গাৰ্গ সম্পৰ্কীয় বক্তৃতানুষ্ঠান সম্পন্ন
গুৱাহাটী, ১৯ নৱেম্বৰ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ভাৰতৰত্ন ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সম্পৰ্কীয় আলোচনা আৰু বক্তৃতানুস্থানৰ আজি সামৰণী পৰে। সতীৰ্থ!-->!-->!-->!-->!-->…
মাৰোৱাৰী চিকিৎসালয়ত কেথ লেব উদ্বোধন
গুৱাহাটি, ১৮ নৱেম্বৰ ঃ মাৰোৱাৰী চিকিৎসালয়ত কেথ লেব উদ্বোধন কৰা হৈছে:- বহু প্ৰত্যাশিত কেথ লেবটো যোৱা ১৭ নৱেম্বৰত (সোমবাৰে) মাৰোৱাৰী চিকিৎসালয়ত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু জলসিঞ্চন বিভাগৰ মাননীয় মন্ত্ৰী!-->!-->!-->!-->!-->…