সাংবাদিক কবিৰ শইকীয়াৰ গ্ৰন্থ ‘যকৎএ টু জেদ'(যকৃৎ ‘A To Z’ ) উন্মোচন

গুৱাহাটী, ২০ ফেব্ৰুৱাৰী: গুৱাহাটীৰ পল্টন বজাৰস্থিত নন্দন হোটেলত বৃহস্পতিবাৰে হায়দৰাবাদৰ যশোধৰা হাস্পতালৰ বিশেষজ্ঞ চিকিৎসক ডাঃ কে এছ সোমাশেখৰ ৰাওৰ মূল গ্ৰন্থ 'Liver A to Z' ৰ অসমীয়া ৰূপান্তৰ'যকৎ এ টু জেদ' (A To Z ') উন্মোচন কৰা হয়।

মিৰ্জাত অগপৰ কামৰূপ জিলাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

*মিৰ্জা,১৯ ফেব্ৰুৱাৰী :* "পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান সপ্তাহ। আমাৰ দলে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰনকৌশল হাতত লৈছে। কামৰূপ জিলাৰ ছয়টা বিধানসভা সমষ্টিটেই দলে তীব্র প্ৰতিদ্বন্দিতা আগবঢ়োৱাটো নিশ্চিত। বৰ্তমানলৈ

দেউছটালত তিনিদিনীয়াকৈ কার্বি দেহাল পূজা আৰম্ভ

আজাৰা , ১৯ ফেব্ৰুৱাৰী: দীপৰ বিলৰ সমীপৱৰ্তী দেউছটালস্থিত কাৰ্বি দেহাল কাৰ্চিদম আথান চৌহদত ১৭ ফেব্ৰুৱাৰীৰ পৰা কাৰ্বি জনগোষ্ঠীৰ লোকসকলৰ পৰম্পৰাগত কার্বি দেহাল পূজা আৰম্ভ হৈছে। ১৭ ফেব্ৰুৱাৰীৰ দিনা সন্ধিয়া বৈঠকৰে পূজাৰ কাৰ্যসূচীৰ

ভাৰত ৰঙ্গ মহোৎসৱত অঙ্গনা নাট্য গোষ্ঠীৰ ‘পঞ্চম বেদ’ নাটক মঞ্চস্থ

আজাৰা ,১৮ ফেব্ৰুৱাৰী : ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে দেশজুৰি আয়োজন কৰা ভাৰত ৰঙ্গ মহোৎসৱৰ অংশ হিচাপে 'বিশ্ব জন ৰঙ্গ'ত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখস্থিত অঙ্গনা নাট্য গোষ্ঠীয়ে কামৰূপ জিলাৰ শুৱালকুছি শংকৰ মন্দিৰ প্ৰেক্ষাগৃহত যোৱা

জালুকবাৰীত ৰোগত আক্ৰান্ত লোকক মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহায্য পুঁজিৰ চেক বিতৰণ

জালুকবাৰী ,১৮ ফেব্ৰুৱাৰী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পুৰ্বৰ জালুকবাৰী সমষ্টিৰ লগতে সমষ্টি পুনৰ গঠনৰ পাছত নতুনকৈ জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত অঞ্চলসমুহতো উন্নয়নমূলক আঁচনি

ভাৰতৰ প্ৰথমটো চাইবাৰ জালিয়াতি কভাৰ ইন্টিগ্ৰেটেড অফাৰ পিএছই (PSU) ৰ কৰ্মচাৰীৰ বাবে এইচডিএফচি বেংকে…

গুৱাহাটী, ১৮ ফেব্ৰুৱাৰী : ভাৰতৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বেংক এইচডিএফচি বেংকে আজি চাইবাৰ জালিয়াতি কভাৰৰ সৈতে ভাৰতৰ প্ৰথমটো ৰাজহুৱা খণ্ডৰ আণ্ডাৰটেকিং (পিএছইউ) দৰমহা একাউণ্ট – আনমোল চেভিংছ একাউণ্ট মুকলি কৰে।এইচ ডি এফ চি বেংকে নিজৰ চেভিংছ

টপচেম এচ ডি চি এফ টি আৰ ++ চিমেন্ট মুকলি

গুৱাহাটী,১৪ ফেব্রুৱাৰী : উত্তৰ পূৱ ভাৰতৰ অন্যতম চিমেন্ট নিৰ্মাতা টপচেম চিমেন্টে মেঘালয় চিমেন্ট লিমিটেডৰ বিক্রী আৰু বিপণনৰ জেষ্ঠ্য অধ্যক্ষ ড° অনিল কাপুৰৰ দ্বাৰা টপচেম চিমেন্টে এচ ডি চি এফ টি আৰ ++ মুকলি কৰে। উল্লেখ্য যে নতুন এই

*ৱাজৱান এ কাশ্মীৰ: কাশ্মীৰৰ যাদুকৰী খাদ্যৰ জুতিৰে পুনৰ অতিথি আপ্যায়নৰ বাবে সাজু হৈছে ৰেডিচন ব্লু…

*গুৱাহাটী; ১৩ ফেব্ৰুৱাৰী :* বিগত বৰ্ষত লাভ কৰা বিপুল সমাদৰ তথা অপৰিসীম সফলতাৰ পাছত ৰেডিচন ব্লু গুৱাহাটীৰ স্বাক্ষৰ বহনকাৰী ৰেষ্টুৰেণ্ট কেফে বি ইউয়ে ১৫ ফেব্ৰুৱাৰীৰ পৰা ২৪ ফেব্ৰুৱাৰী, ২০২৫ লৈ বহুল জনপ্ৰিয় 'ৱাজৱান এ কাশ্মীৰ'

তাজ চিমেণ্টৰ উদ্যোগত মেঘালয়ৰ মিনক্ৰে গাঁৱত “দ্য অ’নেষ্ট চেকআপ” শিৱিৰৰ আয়োজন

The-Honest-Checkup-conducted-by-Taj-Cement-at-Mynkre.1Download মেঘালয়; ১২ ফেব্ৰুৱাৰী : সততা আৰু যত্নৰ প্ৰতি থকা অংগীকাৰ সুদৃঢ় কৰি মেঘালয়ৰ মিনক্ৰে গাঁৱত এক বিনামূলীয়া স্বাস্থ্য আৰু চকুৰ পৰীক্ষা শিৱিৰ ‘দ্য অ’নেষ্ট কেম্প’ৰ আয়োজন

সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী কামৰূপৰ প্ৰতিষ্ঠা দিৱসত চৰিখন গ্ৰন্থ উন্মোচন

দক্ষিণ কামৰূপৰ ঝাৰোবড়ী দুৰ্গাপূজা মণ্ডপত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী কামৰূপৰ প্ৰতিষ্ঠা দিৱস মঙলবাৰে পালন কৰা হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলন,স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলন, সতীৰ্থ সন্মিলন, মুকলি সভা আদি কাৰ্যসূচী ৰূপায়ন কৰাৰ