দীনেশ চন্দ্র দত্তৰ নাট্য সংকলন মৰা মানুহৰ মালিতা আৰু অন্য নাট উন্মােচন

চৰকাৰী পেন্সনাৰ সন্থা, অসমৰ গুৱাহাটী শাখাৰ সাহিত্যচ’ৰাত প্রবীণ নাট্যশিল্পী দীনেশ চন্দ্র দত্তৰ সদ্য প্রকাশিত নাট-সংকলন ‘মৰা মানুহৰ মালিতা আৰু অন্য নাট’ আজি গুৱাহাটী পেন্সনাৰ ভৱনত সাহিত্যিক পেন্সনাৰ তথা সাহিত্যচ’ৰাৰ সভাপতি চফিউৰ ৰহমান…

আজাৰাত অৰ্দ্ধ শতাধিক সংখ্যালঘু সম্প্ৰদায়ৰ যুৱকৰ বিজেপিত যোগদান

বহুতে ভবাৰ দৰে কংগ্ৰেছ দলে সংখ্যালঘুৰ বাবে কোনো উন্নয়নমূলক কাম কৰা নাই। কংগ্ৰেছ দলে সংখ্যালঘুক কেৱল ভোটবেংক হিচাপে ব্যৱহাৰ কৰি আহিছে । তাৰ বিপৰীতে বিজেপি দলে "সব কা সাথ সব কা বিকাশ" নীতিৰে ভোটবেংকৰ ৰাজনীতিৰ উৰ্দ্ধত গৈ সকলোৰে বাবে উন্নয়নৰ…

সোৱৰণী গ্ৰন্থ ‘কেনভাছত তোমাৰ ছবি’ আৰু ‘ মানুহ সমুদ্ৰমুখী নদী’ উন্মোচন

সত্তৰৰ দশকতেই আত্মপ্ৰকাশ কৰি কাব্য সাধনাৰেই জীৱন পাৰ কৰা কবি - সাহিত্যিক প্ৰয়াত নৰেন তালুকদাৰৰ সত্তৰ তম জন্মদিন উদযাপনৰ ব্যতিক্ৰমী প্ৰয়াসেৰে পলাশবাৰীৰ উপৰহালীস্থিত তেওঁৰ পৰিয়ালৰ বাসভৱনত গাম্ভীৰ্যপূৰ্ণ পৰিবেশত দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় ।…

ডুগডুগীৰ নতুন শাখা মুকলি

ডিব্ৰুগড়ৰ খলিহামাৰী, আৰক্ষী চকীৰ ওচৰত আতকধুনীয়াকৈ সাজসজ্জাৰে মুকলি কৰা হয় ডুগডুগীৰ এটা নতুন শাখা । নতুন শাখাটিৰ মুকলি কৰে আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ফেশ্বন ডিজাইনাৰ তথা ডুগডুগী ব্ৰেণ্ড এম্বেছাদৰ গৰিমা শইকীয়া গাৰ্গে । কেইবাটাও…

পলাশবাৰীত গৰাখহনীয়া প্ৰতিৰোধক আঁচনি পৰিদৰ্শন কৰি মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰাৰ আশ্বাস জিলা উপায়ুক্ত…

পলাশবাৰী সমষ্টিৰ গুইমাৰাত মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে নিৰ্মীয়মান ৩২.৮২ কোটি টকীয়া অভিলাষী আঁচনিৰ নিৰ্মাণ পৰিদৰ্শন কৰে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে। উক্ত আঁচনি ৰূপায়ণৰ সন্দৰ্ভত স্থানীয় একাংশ লোকে জিলা…

গ্ৰন্থমেলা বাকৰিত ‘বহুবাক’ৰ গ্ৰন্থ উন্মোচনী সভা

সময়ৰ কথা সময়তে কোৱা উচিত। অন্যথায় সময় পাৰ হৈ গ'লে জীৱনলৈ নামিব পাৰে অমানিশা। লব্ধপ্ৰতিষ্ঠিত নিবন্ধকাৰ, সমাজ সচেতন লেখক ৰত্নেশ্বৰ বসুমতাৰীয়ে অসমীয়া জাতি-ভাষা ধৰি ৰক্ষাৰ বাবে গ্ৰন্থ প্ৰণয়ন কৰিছে"--- অসমৰ অন্যতম সমন্বয়-সংহতিৰ…

দুৰ্ঘটনাত আহত লোকক তৎকালীন চিকিৎসা প্ৰদানৰ বাবে কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগৰ ‘পথ সুৰক্ষা…

দেশৰ আন ৰাজ্যৰ লগতে অসমতো পথ দুৰ্ঘটনাত আহত বহু লোক উপযুক্ত চিকিৎসা পোৱা বা চিকিৎসালয় গৈ পোৱাৰ পূৰ্বে মৃত্যুৰ মুখত পৰে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰাণালয়েও দুৰ্ঘটনাত আঁহত বহু লোক প্ৰাথমিক চিকিৎসাৰ অভাৱত বা সময়মতে উপযুক্ত চিকিৎসা নোপোৱা বাবে…

আজাৰাত অৰ্দ্ধ শতাধিকৰ বিজেপিত যোগদান

ৰাজ্যৰ আন আন সমষ্টিৰ দৰে পশ্চিম গুৱাহাটী সমষ্টিটো বিজেপি দলে নিবাচন কেন্দ্ৰিক তৎপৰতা আৰম্ভ কৰিছে । আনকি অংশ হিচাপে মিত্ৰজোঁটৰ হ'লেও অগপৰ পৰা সমষ্টিটো নিজৰ হাতত নিবৰ বাবে বিজেপি দলে ৰাজনৈতিক তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে । ইয়াৰ…

অভিনন্দন গ্ৰন্থ ‘প্ৰজ্ঞাৰ অনন্যা সাধিকা ডঃ নীলিমা ভাগৱতী’ উন্মোচন

এন বি স্কলাছ এছ'চিয়েচনৰ উদ্যোগত আজি গুৱাহাটীৰ উজান বজাৰত থকা বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিক্ষাবিদ ডঃ নীলিমা ভাগৱতীৰ জন্ম দিনৰ লগত সংগতি…

ৰাণীত ভাৰত চকাৰৰ দক্ষতা বিকাশ কাৰ্যসূচীৰ সফল সামৰণি

২৫ গৰাকী হিতাধিকাৰীক হস্ততাঁ‌ত প্ৰদান পশ্চিম গুৱাহাটীৰ ৰাণীৰ বাহুপাৰাত যোৱা ২ অক্টোবৰৰ পৰা ৩১ ডিচেম্বৰলৈ তিনিমহীয়া ভাৰত চৰকাৰৰ দ্বাৰা বিকল্প জীৱিকা পদ্ধতিৰ ওপৰত দক্ষতা বিকাশৰ এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয় । ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয়…