প্ৰকাশ পালে অসম সাহিত্য সভাৰ সভাপতি পদৰ তালিকা

অসম সাহিত্য সভাই মঙলবাৰে পৰৱৰ্তী সভাপতি পদৰ বাবে নতুন তালিকা প্ৰকাশ কৰে । ৫ গৰাকী সাহিত্যিকক লৈ প্ৰকাশ কৰা হয় নতুন পেনেল তালিকা । প্ৰকাশ হয় বসন্ত কুমাৰ গোস্বামী, ড৹ গোৱিন্দ প্ৰসাদ শর্মা, অধ্যাপক উপেন ৰাভা হাকাচাম, ভীমকান্ত বৰুৱা,

ধাৰাপুৰ চাৰিআলিত অংগনাৰ নাট প্ৰদৰ্শন

আজাৰা, ২৭ ফেব্ৰুৱাৰী: ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়,নতুন দিল্লী আৰু সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ উদ্যোগত আয়োজিত আন্তঃৰাষ্ট্ৰীয় নাট্য উৎসৱ ভাৰত ৰংগ মহোৎসৱৰ ৰূপালী জয়ন্তী বর্ষ উপলক্ষে সমগ্ৰ দেশতে অলপতে জন ভাৰত ৰংগ কাৰ্যসূচীৰ আয়োজন কৰা হয়। ইয়াৰ

ড° শ্বাহিল ৰফিকৰ নতুন গ্ৰন্থ ‘আপলিফ্ট ইয়ৰ লাইফ’ উন্মোচন

গুৱাহাটী : ড০ শ্বাহিল ৰফিকৰ আপলিফ্ট ইয়ৰ লাইফ’ শীৰ্ষক এখন গ্ৰন্থ ১৬ আগষ্টত উন্মোচন কৰা হয় । ৰাজহুৱা আৰু ব্যক্তিগত দুয়োখন ক্ষেত্ৰতে স্বতন্ত্ৰ পৰামৰ্শদাতা হিচাপে ইচ্ছুক ব্যক্তিসকলৰ বাবে এই গ্ৰন্থখনে পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰিব

অসম কৃষি বিশ্ববিদ্যালয়ৰ চাৰিটা প্ৰকল্পৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্রীয়ে 

দিছপুৰ, ১৬ আগষ্ট : উত্তৰ পূব ভাৰতৰ কৃষি শিক্ষাৰ অগ্ৰণী শিক্ষা প্রতিষ্ঠান অসম কৃষি বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে । মুখ্যমন্ত্ৰীয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ

আকাশ বাইজুছে আৰম্ভ কৰিলে ৰাষ্ট্ৰীয় অনুসন্ধানী পৰীক্ষা এন্থে ২০২৩

পৰীক্ষা প্ৰস্তুতি সেৱাৰ ক্ষেত্ৰত আকাশ বাইজুছে ইয়াৰ জনপ্ৰিয় আৰু বহুলভাৱে বিচৰা এন্থে (Aakash National Talent Hunt Exam) ২০২৩ৰ ১৪ সংখ্যক সংস্কৰণ আৰম্ভ কৰে ৷ ই ছাত্ৰ-ছাত্ৰীসকলক ১০০% পৰ্যন্ত বৃত্তি আৰু উল্লেখযোগ্য নগদ বঁটাৰে নিজৰ সম্ভাৱনা

ৰাজহুৱা স্থানত খোৱা পানীৰ এ টি এম স্থাপন কৰাৰ আহ্বান আপ, অসমৰ

গুৱাহাটী : অসম চৰকাৰে অহা ২ অক্টোবৰৰ পৰা এক লিটাৰৰ তলৰ খোৱা পানীৰ প্লাষ্টিকৰ বটলৰ বিক্ৰী নিষিদ্ধ কৰা সিদ্ধান্তৰ সুৰতে সুৰ মিলাই আম আদমি পাৰ্টীয়ে দাবী কৰে যে চৰকাৰে খোৱা পানীৰ বিক্ৰী বন্ধ কৰি জল জীৱন মিছনৰ অধীনত সকলোৰে ঘৰে ঘৰে পানী দিয়াৰ

মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মাৰ ওডিছী গ্ৰন্থ উন্মোচন

ইছমাইল হুছেইনঃ গুৱাহাটী প্ৰেছ ক্লাবত ওডিছী গ্ৰন্থ উন্মোচন । মহামাৰীৰ ভয়াৱহতাৰ সময়তে চিকিৎসাৰ বাবে মুম্বাইত থকা ৮০গৰাকী কৰ্কট ৰোগীক লগত লৈ 2৮00 কিলোমিটাৰ যাত্ৰা কৰিছিল সেই সময়ৰ মুম্বাই অসম ভৱনৰ যুটীয়া আৱাসিক আয়ুক্ত তথা বৰ্তমানৰ মৰিগাঁও

এইচডিএফচি বেংকে মুকলি কৰিলে ৫ম পৰিৱৰ্তনস্মাৰ্টআপ গ্ৰাণ্ট

১৫ কোটি টকালৈকে অনুদানৰ বাবে বাজেটআৱণ্টন ● পৰিৱেশ, স্বাস্থ্য আৰু লিংগৰ বৈচিত্ৰ্যওপৰত গুৰুত্ব দিয়া ষ্টাৰ্ট-আপ আৰু ইনকিউবেটৰৰ পৰা বিচাৰিছে আৱেদন গুৱাহাটী, ১০ নৱেম্বৰ, ২০২১: এইচডিএফচি বেংকে স্মাৰ্টআপ গ্ৰাণ্টৰ পঞ্চম সংস্কৰণৰ বাবে আজিৰে

গুৱাহাটীত বেদ স্পাৰ প্ৰথমখন চেলুনৰ শুভাৰম্ভ

বেদ স্পাই গুৱাহাটীত ইয়াৰ নতুন চেলুন মুকলি কৰে। নতুন চেলুনখন উলুবাৰীৰ আৰ.জি. বৰুৱা স্প’ৰ্টছ কমপ্লেক্সৰ বিপৰীতে ডঃ বি. বৰুৱা পথস্থিত পিয়াজ্জাৰ ওপৰত অৱস্থিত। বেদ স্পা হৈছে মৰক্কোৰ ডিজাইন অনুপ্ৰাণিত স্পা ও চেলুন য’ত উবেৰ আৰু লুক্স চেটিং

মহানগৰীত গান্ধী জয়ন্তী উপলক্ষে “চাইক্ল’থন ২.০–ইণ্ডিয়া অন দ্য মোভ”ৰ আয়োজন

ইভেণ্ট মেনেজমেণ্ট এছ'চিয়েচন অফ অসম (ইএমএএ)এ গান্ধী জয়ন্তী উদযাপনৰ দিনটোত গুৱাহাটীত "চাইক্ল'থন ২.০- ইণ্ডিয়া অন দ্য মোভ"ৰ আয়োজন কৰে। য'ত মহানগৰীৰ লোকসকলৰ মাজত এই অনুষ্ঠানৰ জৰিয়তে বাহিৰৰ কাৰ্যকলাপত অন্তৰ্ভুক্তি আৰু চাইকেল চলোৱা সংস্কৃতি