এয়াৰটেল গ্ৰাহকসকলৰ বাবে ভাল খবৰ
গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী : ভাৰতী এয়াৰটেল আৰু এপলে উচ্চ প্ৰশংসিত এপল TV+ ষ্ট্ৰীমিং সেৱা আৰু এপল মিউজিক এয়াৰটেলৰ গ্ৰাহকসকললৈ অনাৰ বাবে এক কৌশলগত অংশীদাৰীত্ব তৈয়াৰ কৰিছে। 999 টকাৰ পৰা আৰম্ভ হোৱা আঁচনিৰ সকলো হোম Wi-Fi গ্ৰাহকে এপল TV+!-->!-->!-->!-->!-->…