সমাগত উপ নিৰ্বাচনত বিজেপি বিৰোধী উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ পোষকতা অসম জাতীয় পৰিষদৰ
এ.আই.ইউ.ডি.এফক লগত নাৰাখে আঞ্চলিক দলটোৱে
ৰাজ্যত অনুষ্ঠিত হ'ব লগা উপ নিৰ্বাচনত বিজেপি বিৰোধী উমৈহতীয়া প্ৰাৰ্থীৰ প্ৰক্ষেপৰ পোষকতা কৰিব অসম জাতীয় পৰিষদে। বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত উমৈহতীয়া প্ৰাৰ্থীৰ চিন্তা কৰিব। মাত্ৰ এ.আই.ইউ.ডি এফৰ!-->!-->!-->…