প্ৰতিধ্বনিৰ উদ্যোগত গ্ৰন্থ উন্মোচন, শিল্পী-সাহিত্যিকক সম্বৰ্ধনা
সাহিত্য সাংস্কৃতিক অনুষ্ঠান প্ৰতিধ্বনিয়ে বিভিন্ন সময়ত সাহিত্য আৰু সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ লগতে স্বনামধন্য ব্যক্তিসকলক সময়ে সময়ে সন্মান জনাই আহিছে। প্ৰতিধ্বনিৰ উদ্যোগত পলাশবাৰীৰ সাংস্কৃতিক বিকাশ ভৱনত ‘শীতৰ কুৱলি ফালি’…