Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
গুৱাহাটীত উপস্থিত হৈ ভাৰত – বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বুজ ললে বি এছ এফৰ গুৱাহাটী…
গুৱাহাটী , ১২ ডিচেম্বৰ : বাংলাদেশৰ তদনীন্তন প্ৰধানমন্ত্ৰী শেখ হাচিনা নেতৃত্বাধীন আৱামী লীগৰ চৰকাৰৰ পতন আৰু শেখ হাচিনা ভাৰতত আশ্ৰয় লোৱাৰ পাছৰে পৰা দেশ দুখনৰ মাজত সম্পৰ্কৰ অবনতি ঘটিছে। আনকি পৰৱৰ্তী সময়ত বাংলাদেশৰ অন্তৰ্ৱতীকালীন!-->!-->!-->!-->!-->…
অসম সন্তান, বুলেট প্ৰুফ চেফটি জেকেটৰ উদ্ভাবক প্ৰণৱ কুমাৰ গোস্বামীক নতুন দিল্লীত জীৱন জোৰা সাধনা বঁটা…
গুৱাহাটী , ১২ ডিচেম্বৰ : 'হেলথ ছেফটি এণ্ড এনভাইৰমেন্ট ( এইচ এছ ই ) ইণ্ডিয়া চামিট এণ্ড এৱাৰ্ডছ - ২০২৫' শীৰ্ষক অনুষ্ঠানটো অলপতে নতুন দিল্লীৰ ৰেডিছন ব্লু হোটেলত অনুষ্ঠিত হয় । অনুষ্ঠানত বিভিন্ন কৰ্মক্ষেত্ৰৰ সুৰক্ষা আৰু স্বাস্থ্য!-->!-->!-->!-->!-->…
বাদুংদুপ্পাৰ ‘আণ্ডাৰ দা চাল ট্ৰি’ নাট সমাৰোহ
গুৱাহাটী, ১১ ডিচেম্বৰ ঃ বিগত বৰ্ষত ৰূপালী জয়ন্তী অতিক্ৰম কৰা 'বাদুংদুপ্পা কলাকেন্দ্ৰ'ই এই দীঘলীয়া সময়ছোৱাত নিৰন্তৰ নাট্য চৰ্চা কৰি আহিছে। এই নাট্যচৰ্চা অভিনৱ আৰু সুকীয়া বুলি ইতিমধ্যে স্বীকৃত হৈছে। বছৰৰ আটাইকেইটা দিনেই এটা!-->!-->!-->!-->!-->…
আঞ্চলিক মীন পালনৰ বিকাশৰ ওপৰত গুৰুত্ব দি ১২ ডিচেম্বৰত একুৱা নৰ্থ ইষ্ট ছামিটৰ আয়োজন
গুৱাহাটী, ১১ ডিচেম্বৰ : আঞ্চলিক মীন পালনৰ বিকাশক গুৰুত্বসহকাৰে লৈ ফিছাৰী.নিউজৰ সৈতে সহযোগিতাৰে একুৱা নৰ্থ ইষ্ট ছামিট ২০২৫ৰ প্ৰথম সংস্কৰণৰ আয়োজন কৰিছে একুৱা ডক্টৰ চলিউচনছে। এদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই গুৰুত্বপূৰ্ণ সন্মিলনখনৰ!-->!-->!-->!-->!-->…
ৰবি ২৫–২৬ বতৰৰ বাবে কৃষক সজাগতা বৃদ্ধিঃ পি এম এফ বি ৱাইৰ শস্য বীমা সপ্তাহত অংশগ্ৰহণ এছ বি আই জেনেৰেল…
গুৱাহাটী, ০৬ ডিচেম্বৰ : প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ (পি এম এফ বি ৱাই) অধীনত আগন্তুক শস্য বীমা সপ্তাহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৈতে অংশীদাৰিত্ব কৰিছে ভাৰতৰ অন্যতম আগশাৰীৰ সাধাৰণ!-->!-->!-->!-->!-->…
অসম চৰকাৰৰ সাহিত্য বঁটা আৰু সাহিত্যিক পেন্সন ঘোষণা
গুৱাহাটী , ৬ ডিচেম্বৰ : অসমৰ সাহিত্য জগতলৈ অনবদ্য অৱদান আগবঢ়াই অহা সাহিত্যিক সকলক উদ্গনি দিয়াৰ লক্ষ্যৰে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ৰাজ্যপাল প্রদত্ত এক নির্দেশ যোগে ২০২৫-২৬ বৰ্ষৰ বাবে সাহিত্য বঁটা আৰু সাহিত্যিক পেন্সন প্রাপক!-->!-->!-->…
গ্ৰেণ্ড কেক মিক্সিং সমাৰোহেৰে উৎসৱৰ বতৰৰ শুভাৰম্ভ ৰেডিছন ব্লু গুৱাহাটীৰ
গুৱাহাটী; ৬ ডিচেম্বৰ : যোৱা ৫ ডিচেম্বৰত আয়োজন কৰা বহু প্ৰত্যাশিত বাৰ্ষিক কেক মিক্সিং সমাৰোহেৰে উৎসৱৰ বতৰক আদৰণি জনালে ৰেডিছন ব্লু গুৱাহাটীয়ে। এই উপলক্ষে আয়োজিত আজিৰ উৎসৱমুখৰ আবেলিটোত একেলগে সন্মিলিত হয় বিশিষ্ট অতিথি, অংশীদাৰ আৰু!-->!-->!-->…
এইচ ডি এফ চি বেংকে ৫ ডিচেম্বৰ, ২০২৫ তাৰিখে তেওঁলোকৰ ১৭ সংখ্যক বাৰ্ষিক ৰক্তদান অভিযান আয়োজন কৰিব
গুৱাহাটী , ২ ডিচেম্বৰ : ভাৰতৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বেংক এইচ ডি এফ চি বেংকে ইয়াৰ ফ্লেগশ্বিপ চি এচ আৰৰ উদ্যোগত "পৰিৱৰ্তন" ৰ অধীনত দেশব্যাপী ৰক্তদান অভিযানৰ সোতৰ সংখ্যক সংস্কৰণৰ আয়োজন কৰিবলৈ সাজু হৈছে। ৫ ডিচেম্বৰ, ২০২৫ তাৰিখে প্রাত ৯: ৩০!-->…
হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত ৰাণীৰ চহা কৃষক ; আধুনিক পদ্ধতিৰে পথাৰত মাৰিছে…
ৰাণী, ২৭ নবেম্বৰ : কাতি মাহ পাৰ হৈ ১৮ নৱেম্বৰত আৰম্ভ হৈছে আঘোন মাহ । ইতিমধ্যে লাহে লাহে পকা ধানেৰে সোণোৱালী হৈ পৰিছে খেতিপথাৰ সমুহ । সোণগুটিৰে সোণোৱালী হৈ পৰা আঘোনৰ পথাৰত চহা কৃষক-দাৱনীৰ সীমাহীন ব্যস্ততা। কিন্তু ৰাজ্যৰ আন বহু!-->!-->!-->!-->!-->…
“এ টুজেডঅৱঅপেনিং এ ছাকচেছফুলস্কুল”কৰ্মশালাতউত্তৰ-পূৰ্বাঞ্চলৰশতাধিকশিক্ষাউদ্যোগীৰঅংশগ্ৰহণ
গুৱাহাটী; ২৬ নৱেম্বৰ : বিদ্যালয় স্থাপনৰ একসফল নীতি-নিৰ্ধাৰণৰ উদ্দেশ্যে গুৱাহাটীৰ হোটেল ভিভাণ্টাত অনুষ্ঠিত হৈ যায় “এ টুজেডঅৱঅপেনিং এ ছাকচেছফুল স্কুল” শীৰ্ষক এখন দিনজোৰা কৰ্মশালা। এই বিশেষ কৰ্মশালাখনত অংশগ্ৰহণ কৰে!-->!-->!-->!-->!-->…