Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
জনতা ভৱনত মুকলি পূৰবী গাখীৰৰ বিপণী
গুৱাহাটী; ১৯ ডিচেম্বৰ : উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ দুগ্ধ সমবায় পূৰবীয়ে ১৮ ডিচেম্বৰত জনতা ভৱনৰ প্ৰৱেশদ্বাৰত এখন পূৰ্বপ্ৰস্তুতকৃত অত্যাধুনিক গাখীৰৰ বিপণী উদ্বোধন কৰি সহস্ৰাধিক বিষয়া-কৰ্মচাৰী আৰু সাক্ষাৎকাৰীৰ বাবে এক নতুন পুষ্টিকৰ!-->!-->!-->…
সমীৰ তাঁতীক পূৰ্বাঞ্চল সমন্বয় ‘কাব্যপ্ৰজ্ঞা- ’২৪’ বঁটা প্ৰদান
উত্তৰ পূৰ্বাঞ্চলৰ সামাজিক-সাংস্কৃতিক আৰু সাহিত্যৰ অন্যতম অনুষ্ঠান পূৰ্বাঞ্চল সমন্বয় মঞ্চ The NER Forum for Unity ৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস কালি গুৱাহাটীৰ অসম সাহিত্য সভা ভৱন লক্ষ্মীৰাম বৰুৱা সদন প্ৰাঙ্গনত বৰ্ণাঢ্য কাৰ্যসূচীৰে!-->!-->!-->…
১৬ডিচেম্বৰৰ পৰা কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত” অভিলাষী কাৰ্যসূচী
এতিয়াৰে পৰা কামৰূপ মহানগৰ জিলাৰ সমজিলাতো সমাধান কৰিব পাৰিব যানবাহন বিষয়ক সমস্যাৰ
গুৱাহাটীঃ যানবাহন ব্যৱহাৰকাৰীৰ বাবে সুখবৰ ! এতিয়াৰে পৰা কামৰূপ মহানগৰ জিলাৰ সমজিলাসমূহতো থিতাতে সমাধান হ’ব যানবাহন বিষয়ক সমস্যাৰ। প্ৰয়োজন হ’লেই বাহনৰ!-->!-->!-->!-->!-->…
বৰঝাৰ বিমানবন্দৰত সাংবাদিকৰে মত-বিনিময় বিমান বন্দৰ কৰ্তৃপক্ষৰ
আজাৰা , ১২ ডিচেম্বৰ : সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। মহাভাৰতৰ যুদ্ধত সঞ্জয়ে যি ভূমিকা পালন কৰিছিল আজিৰ সংবাদ মাধ্যমেও বিভিন্ন ঘাট - প্ৰতিঘাটৰ মাজেৰে সেই একেই ভূমিকা পালন কৰি আহিছে। এই মন্তব্য বৰঝাৰস্থিত লোকপ্ৰিয়!-->!-->!-->…
বাদুংদুপ্পা কলাকেন্দ্ৰৰ উদ্ভাৱনীমূলক থিয়েটাৰৰ ২৫ বছৰীয়া জয়ন্তী উদযাপন
গুৱাহাটী; ১২ ডিচেম্বৰ : অসমৰ গোৱালপাৰা জিলাৰ ৰামপুৰত অৱস্থিত বাদুংদুপ্পা কলাকেন্দ্ৰই “আণ্ডাৰ দ্য শাল ট্ৰী” নাট্য মহোৎসৱৰ ১৫ সংখ্যক সংস্কৰণৰ জৰিয়তে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিব। পৰিৱেশ অনুকূল ব্যৱস্থাপনা আৰু আন্তঃৰাষ্ট্ৰীয়!-->!-->!-->…
ইণ্ডিয়া চিল্ক হাউচ এজেন্সীয়ে গুৱাহাটীত মুকলি কৰিলে বিপণী
গুৱাহাটী, ৯ ডিচেম্বৰ : ইণ্ডিয়া চিল্ক হাউচ এজেন্সীয়ে আজি গুৱাহাটীত মুকলি কৰে প্ৰতিষ্ঠানটোৰ বিপণীখন। ইণ্ডিয়া চিল্ক হাউচৰ প্ৰতিষ্ঠাপক শ্রীমতী প্ৰতিভা দোধুৰীৰ লগতে চেতনা লেডিজ ক্লাবৰ সভানেত্রী শ্ৰীমতী আশা আগৰৱাল, জি ডি গোয়েঙ্কা ট'ডলাৰ!-->!-->!-->…
টপচেম চিমেন্টে আৰ্ত শিক্ষার্থীসকললৈ প্ৰদান কৰে বিদ্যায়তনিক সামগ্রী
গুৱাহাটী, ৯ ডিচেম্বৰ, ২০২৪: উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী চিমেন্ট ব্রেণ্ড টপচেম চিমেন্টে কামৰূপ আৰু কামৰূপ মেট্র' জিলাৰ ১৩ খন প্ৰতিষ্ঠানৰ প্ৰায় ৫০০ আৰ্ত শিক্ষার্থীলৈ অত্যাবশ্যকীয় বিদ্যায়তনিক সামগ্রী বিতৰণ কৰে। সামাজিক দায়বদ্ধতাৰ অংশ!-->!-->!-->!-->!-->…
উত্তৰ প্ৰদেশৰ কৃষি শিক্ষা আৰু গৱেষণা দপ্তৰৰ মন্ত্রী সূৰ্য্য প্ৰতাপ শ্বাহীয়ে গুৱাহাটীত প্ৰয়াগৰাজ…
উত্তৰ প্ৰদেশ চৰকাৰে এক ঐশ্বৰিক, বিশাল আৰু ডিজিটেলী পৰিবৰ্ধিত মহাকুম্ভ আয়োজন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ- কৃষি মন্ত্রীয়ে কয়।
মহাকুম্ভ হৈছে ভাৰতবৰ্ষৰ বৈচিত্র্যৰ মাজত ঐক্যতাৰ চিৰন্তন আৰু সামগ্রিকতা-সূৰ্য্য প্ৰতাপ শ্বাহী।
এই বিশেষ!-->!-->!-->!-->!-->!-->!-->!-->…
এইচ ডি এফ চি বেঙ্কে ৬ ডিচেম্বৰত আয়োজন কৰিব ষোড়শ সংখ্যক বাৰ্ষিক ৰক্তদান অভিযান
গুৱাহাটী : ভাৰতবৰ্ষৰ অগ্রগণ্য ব্যক্তিগত খণ্ডৰ এইচ ডি এফ চি বেঙ্কে ইয়াৰ ফ্লেগশ্বিপ চি এচ আৰৰ উদ্যোগত "পৰিবৰ্তন" ৰ অধীনত দেশব্যাপী ৰক্তদান অভিযানৰ ষোড়শ সংখ্যক সংস্কৰণৰ আয়োজিত কৰিবলৈ সাজু হৈছে। ৬ ডিচেম্বৰ, ২০২৪ তাৰিখে প্ৰাত: ৯.৩০!-->!-->!-->!-->!-->…
অসম দিৱস: কেইৰ্ণ-ফিজিহাৰ ৱেবিনাৰত সত্ৰৰ ঐতিহ্য আৰু বহনক্ষম উন্নয়নৰ আলোচনা
গুৱাহাটী : অসম দিৱস উপলক্ষে অনুষ্ঠিত এখনি অনলাইন আলোচনাচক্ৰত ৰাজ্যৰ কেইবাগৰাকী গৱেষক, বিশেষজ্ঞই “অসমৰ আৰ্থ সামাজিক অৱস্থাৰ উত্তৰনৰ বাবে নতুন প্ৰজন্মই আধ্যাত্মিক আৰু সাংস্কৃতিক দিশসমূহ হৃদয়ংগম কৰি অঞ্চলৰ প্ৰাকৃতিক আৱদানসমূহৰ সৎ!-->!-->!-->!-->!-->…