Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ই ৰিক্সা, ই অটোৰিক্সা ডিলাৰেৰে গুৰুত্বপূৰ্ণ বৈঠক
গুৱাহাটীঃ ১৪ নৱেম্বৰঃ কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত আজি ই ৰিক্সা আৰু ই অটোৰিক্সা ডিলাৰৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসৰ!-->…
প্ৰকাশ পালে অসম সাহিত্য সভাৰ সভাপতি পদৰ তালিকা
অসম সাহিত্য সভাই মঙলবাৰে পৰৱৰ্তী সভাপতি পদৰ বাবে নতুন তালিকা প্ৰকাশ কৰে । ৫ গৰাকী সাহিত্যিকক লৈ প্ৰকাশ কৰা হয় নতুন পেনেল তালিকা । প্ৰকাশ হয় বসন্ত কুমাৰ গোস্বামী, ড৹ গোৱিন্দ প্ৰসাদ শর্মা, অধ্যাপক উপেন ৰাভা হাকাচাম, ভীমকান্ত বৰুৱা,!-->…
ধাৰাপুৰ চাৰিআলিত অংগনাৰ নাট প্ৰদৰ্শন
আজাৰা, ২৭ ফেব্ৰুৱাৰী: ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়,নতুন দিল্লী আৰু সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ উদ্যোগত আয়োজিত আন্তঃৰাষ্ট্ৰীয় নাট্য উৎসৱ ভাৰত ৰংগ মহোৎসৱৰ ৰূপালী জয়ন্তী বর্ষ উপলক্ষে সমগ্ৰ দেশতে অলপতে জন ভাৰত ৰংগ কাৰ্যসূচীৰ আয়োজন কৰা হয়। ইয়াৰ!-->…
ড° শ্বাহিল ৰফিকৰ নতুন গ্ৰন্থ ‘আপলিফ্ট ইয়ৰ লাইফ’ উন্মোচন
গুৱাহাটী : ড০ শ্বাহিল ৰফিকৰ আপলিফ্ট ইয়ৰ লাইফ’ শীৰ্ষক এখন গ্ৰন্থ ১৬ আগষ্টত উন্মোচন কৰা হয় ।
ৰাজহুৱা আৰু ব্যক্তিগত দুয়োখন ক্ষেত্ৰতে স্বতন্ত্ৰ পৰামৰ্শদাতা হিচাপে ইচ্ছুক ব্যক্তিসকলৰ বাবে এই গ্ৰন্থখনে পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰিব!-->!-->!-->…
অসম কৃষি বিশ্ববিদ্যালয়ৰ চাৰিটা প্ৰকল্পৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্রীয়ে
দিছপুৰ, ১৬ আগষ্ট : উত্তৰ পূব ভাৰতৰ কৃষি শিক্ষাৰ অগ্ৰণী শিক্ষা প্রতিষ্ঠান অসম কৃষি বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে । মুখ্যমন্ত্ৰীয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ!-->…
আকাশ বাইজুছে আৰম্ভ কৰিলে ৰাষ্ট্ৰীয় অনুসন্ধানী পৰীক্ষা এন্থে ২০২৩
পৰীক্ষা প্ৰস্তুতি সেৱাৰ ক্ষেত্ৰত আকাশ বাইজুছে ইয়াৰ জনপ্ৰিয় আৰু বহুলভাৱে বিচৰা এন্থে (Aakash National Talent Hunt Exam) ২০২৩ৰ ১৪ সংখ্যক সংস্কৰণ আৰম্ভ কৰে ৷ ই ছাত্ৰ-ছাত্ৰীসকলক ১০০% পৰ্যন্ত বৃত্তি আৰু উল্লেখযোগ্য নগদ বঁটাৰে নিজৰ সম্ভাৱনা!-->…
ৰাজহুৱা স্থানত খোৱা পানীৰ এ টি এম স্থাপন কৰাৰ আহ্বান আপ, অসমৰ
গুৱাহাটী : অসম চৰকাৰে অহা ২ অক্টোবৰৰ পৰা এক লিটাৰৰ তলৰ খোৱা পানীৰ প্লাষ্টিকৰ বটলৰ বিক্ৰী নিষিদ্ধ কৰা সিদ্ধান্তৰ সুৰতে সুৰ মিলাই আম আদমি পাৰ্টীয়ে দাবী কৰে যে চৰকাৰে খোৱা পানীৰ বিক্ৰী বন্ধ কৰি জল জীৱন মিছনৰ অধীনত সকলোৰে ঘৰে ঘৰে পানী দিয়াৰ!-->…
মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মাৰ ওডিছী গ্ৰন্থ উন্মোচন
ইছমাইল হুছেইনঃ গুৱাহাটী প্ৰেছ ক্লাবত ওডিছী গ্ৰন্থ উন্মোচন । মহামাৰীৰ ভয়াৱহতাৰ সময়তে চিকিৎসাৰ বাবে মুম্বাইত থকা ৮০গৰাকী কৰ্কট ৰোগীক লগত লৈ 2৮00 কিলোমিটাৰ যাত্ৰা কৰিছিল সেই সময়ৰ মুম্বাই অসম ভৱনৰ যুটীয়া আৱাসিক আয়ুক্ত তথা বৰ্তমানৰ মৰিগাঁও!-->…
এয়াৰটেলৰ দ্বাৰা ৫জিত ভৱিষ্যত প্ৰদৰ্শন
৫জি নেটৱৰ্কৰ ওপৰত ইমৰ্চিভ ভিডিঅ' প্ৰযুক্তিৰ সৈতে ১৯৮৩ চনৰ ক্ৰিকেট বিশ্বকাপত কপিল দেৱৰ ১৭৫ ৰান ইনিংছ পুনৰ ৰোমন্থন কৰাৰ সুযোগ দিছে । ভাৰতৰ প্ৰথম লাইভ ৫জি পাৱাৰৰ্ড হলোগ্ৰাম (Powered hologram) প্ৰদৰ্শন কৰে, য'ত কপিল দেৱৰ ভাৰ্চুৱেল অৱতাৰে!-->…
কেন্দ্ৰীয় বাহিনীসমূহৰ দৰমহাৰ পেকেজ প্ৰদান কৰিবৰ বাবে বেংক অফ বৰোদা-ই অসম ৰাইফলছৰ সৈতে চুক্তি…
গুৱাহাটী, : ভাৰতৰ আগশাৰীৰ ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ ভিতৰত অন্যতম, বেংক অফ বৰোদাই আজি ঘোষণা কৰিছে যে বৰোদা চেণ্ট্ৰেল ফোৰ্চেছ ছেলাৰী পেকেজ প্ৰদান কৰিবৰ বাবে ভাৰতৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী অসম ৰাইফলছৰ সৈতে এখন বুজাবুজিৰ চুক্তিত (এমঅ'ইউ)!-->…