বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এঘাৰ মাহত ৬০৮২ টা গৰু জব্দ , ৯৬ জন ভাৰতীয় আৰু ৩৫ জন বাংলাদেশী…

আজাৰা : ভাৰত - পাকিস্তান আৰু ভাৰত - বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিৰাপত্তা আৰু পহৰাৰ দায়িত্বত নিয়োজিত সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফে পহিলা ডিচেম্বৰত ৫৯ টা বৰ্ষ অতিক্ৰম কৰি ৬০ টা বৰ্ষত ভৰি দিছে। ১৯৬৫ চনৰ পহিলা

দীপৰ বিলৰ পাৰত বনভোজথলী উদ্বোধন

আজাৰা : প্ৰকৃতিৰ ৰম্যভূমি দীপৰ বিলৰ পানী লাহে লাহে কমি যোৱা আৰু শীতৰ আগমনৰ লগে লগে অইন বছৰৰ দৰে এইবেলিও দীপৰ বিললৈ আহিছে দেশী বিদেশী পৰিভ্ৰমী পক্ষীৰ জাক । সেই পৰিভ্ৰমী পক্ষীৰ জাকৰ বিনন্দীয়া সৌন্দৰ্য্য, জলকেলি চাবলৈ দীপৰ বিলৰ পাৰত

নলগাঁও প্ৰাথমিক বিদ্যালয়ত ছয়খন বিদ্যালয়ৰ সামূহিক উৎসৱ উদযাপন

মিৰ্জা : পলাশবাৰী ৰাজহ চক্ৰৰ অধীনৰ নলগাঁও প্ৰাথমিক বিদ্যালয়ত আজি উত্তৰ ভোলাগাঁও সমল কেন্দ্ৰৰ অন্তৰ্গত এই বিদ্যালয়খনৰ লগতে মেধিপাৰা প্ৰাথমিক বিদ্যালয়,গৰগৰা প্ৰাথমিক বিদ্যালয়,দলেপাৰা প্ৰাথমিক বিদ্যালয়,স্বৰ্গীয় ৰামমোহন গোস্বামী শিশু

IFFI গোৱাত পৰিচালক কেনি বসুমতাৰীৰ প্ৰথমখন বড়ো ছবি ‘বিবো বিনানাও’ৰ প্ৰিমিয়াৰ

গুৱাহাটী/কোকৰাঝাৰ; ২৭ নৱেম্বৰ, ২০২৪: শেহতীয়াকৈ গোৱাত অনুষ্ঠিত হোৱা ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (IFFI) চলচ্চিত্ৰ নিৰ্মাতা কেনি বসুমতাৰীৰ প্ৰথমখন বড়ো ছবি ‘বিবো বিনানাও’ (মাই থ্ৰী চিষ্টাৰ্ছ) প্ৰদৰ্শিত হয়। ভাৰতীয়

উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে মিনিমেলি ইনভেচিভ স্পাইন চাৰ্জাৰী কাৰ্যসূচীৰ অধীনত এপ’ল’ হাস্পতাল…

গুৱাহাটী : এক যুগান্তকাৰী সফলতাৰে এপ’ল’ হস্পিতাল গুৱাহাটীয়ে উন্নত নূন্যতম মিনিমেলি ইনভেচিভ স্পাইন চাৰ্জাৰী (MISS) কাৰ্যসূচীৰ অধীনত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো এণ্ড’স্ক’পিক স্পাইন চাৰ্জাৰী সফলতাৰে সম্পন্ন কৰিছে। এই অগ্ৰণী পদ্ধতিটো

সংগীত সাধনাক জীবনৰ ব্ৰত হিচাপে লৈছে ৰাণীৰ ৰাজাপানীচন্দাৰ উদীয়মান কণ্ঠশিল্পী চিন্ময় ৰাভাই

গুৱাহাটী : পশ্চিম গুৱাহাটীৰ সংগীতৰ জগতখনত শেহতীয়াকৈ এটা চিনাকী নাম হৈছে উদীয়মান কণ্ঠশিল্পী চিন্ময় ৰাভা ( দিয়ান ) । বৰ্ত্তমান গুৱাহাটীৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত স্নাতক মহলাৰ কলা শাখাৰ তৃতীয় চেমিষ্টাৰত অধ্যয়নৰত চিন্ময়ে সৰুৰে

বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক

আজাৰা ঃ আঘোন মাহ অহাৰ লগে লগেই সোনোৱালী হৈছে অসমৰ খেতি পথাৰ সমূহ । সোনগুটিৰে সোনোৱালী হৈ পৰা আঘোনৰ পথাৰত চহা কৃষক-দাৱনীৰ সীমাহীন ব্যস্ততা। কিন্তু ৰাজ্যৰ আন বহু অঞ্চলৰ দৰে পশ্চিম গুৱাহাটীৰ শালি ধানৰ খেতিৰ বাবে বিখ্যাত বৃহত্তৰ ৰাণী

২০২৫ চনৰ ভিতৰত এইচডিএফচি বেংকৰ পৰিৱৰ্তন কাৰ্য্যসূচীৰ অধীনত ৩৫০০ বিদ্যালয়ত স্মার্ট শ্রেণী কোঠা…

গুৱাহাটী, ১৫ নৱেম্বৰ, ২০২৪: এইচডিএফচি বেংকৰ চিএচ আৰ (CSR ) পদক্ষেপ " পৰিৱৰ্তন " ৰ অধীনত গুনগত শিক্ষাৰ জড়িয়তে সমগ্ৰ ভাৰত বৰ্ষৰ যুৱক যুৱতী সকলক উন্নীত আৰু সৱলীকৰণ প্রতিশ্রুতি পুনৰ দৃঢ় কৰি শিশু দিৱস উদযাপন কৰে।সমৰ্থিত আৰু নিৰ্বাচিত

জলজ দুঃসাহসিক ক্ৰীড়াত অসমৰ নাম উজলাইছে গোলাঘাটৰ নিশামণি বৰাই

গুৱাহাটী; ১৫ নৱেম্বৰ, ২০২৪: অসমৰ পৰৱৰ্তী প্ৰজন্মৰ খেলুৱৈক অনুপ্ৰাণিত কৰি জল ক্ৰীড়া অনুৰাগী ২৩ বছৰীয়া নিশামণি বৰাই স্প্ৰিণ্টাৰ হিমা দাস আৰু অলিম্পিক পদক বিজয়ী লাভলিনা বৰগোহাঁইৰ পদাংক অনুসৰণ কৰি ৰাজ্যৰ প্ৰথমগৰাকী প্ৰমাণিত মহিলা

অসমত শিক্ষা আৰু সমাজ কল্যাণৰ উদ্যোগ লৈ কেইৰ্ণৰ শিশু দিৱস উদযাপন

গুৱাহাটী, ১৪ নৱেম্বৰ, ২০২৪: শিশুৰ দিৱসৰ পূৰ্বে কেইৰ্ণে অসমৰ উদীয়মান শিক্ষাৰ্থীৰ সম্ভাৱনা উদযাপন কৰিবলৈ কেইবাটাও সমাজ-কেন্দ্ৰিক পদক্ষেপ গ্ৰহণ কৰে। স্থানীয় সম্প্ৰদায়ৰ বাবে শৈক্ষিক উন্নয়ন আৰু জীৱনৰ মান বৃদ্ধিৰ বাবে কেইৰ্ণৰ