১৪ জুলাইৰ পৰা পৰা আজাৰাত পাঁচদিনীয়াকৈ শ্ৰী শ্ৰীমনসা পূজাৰ আয়োজন

আজাৰা , ৮ জুলাই : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ দীপৰ বিলৰ কাষৰীয়া আজাৰা কেওটপাৰাত ১৯৭৩ চনত প্ৰতিষ্ঠা কৰা শ্ৰী শ্ৰী মা মনসা মন্দিৰত নাগ পঞ্চমী তিথিৰ লগত সংগতি ৰাখি বিগত বৰ্ষৰ দৰে এইবেলিও অহা ১৪ জুলাইৰ পৰা ১৮ জুলাইলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে

লঘু বাণিজ্যিক বাহন শাখাত সৰ্বাধিক মাইলেজ আৰু সৰ্বাধিক লাভৰ নিশ্চয়তাৰে বজাৰত আত্মপ্ৰকাশ মহিন্দ্ৰা…

গুৱাহাটী; ৮ জুলাই: দেশৰ বাণিজ্যিক বাহনৰ জগতখনত এক নতুন অধ্যায়ৰ সূচনা কৰি মহিন্দ্ৰা গ্ৰুপৰ সহযোগী প্ৰতিষ্ঠান মহিন্দ্ৰা ট্ৰাক এণ্ড বাছে (এম টি বি) আজি আনুষ্ঠানিকভাৱে মুকলি কৰিছে মহিন্দ্ৰা ফিউৰিঅ’ ৮। উল্লেখ্য যে, আধুনিক প্ৰযুক্তিৰে

লোহিয়া গ্ৰুপৰ এক্সেলেঞ্চ ইন ৰিইমাজিনিং লিগেচি ব্ৰেণ্ড বঁটা লাভ

গুৱাহাটী, ৮ জুলাই: উত্তৰ-পূৰ্বাঞ্চলৰ এটি অগ্রণী একত্র গ্রুপ লোহিয়া গ্রুপে ইটি নাও ফেমিলি বিজিনেছ ছামিট এণ্ড এবার্ড ২০২৫ শাখাত সন্মানিত এক্সলেঞ্চ ইন ৰিইমাজিনিং লিগেচি ব্ৰেণ্ড বঁটা লাভ কৰিছে। এই বঁটাই গ্ৰুপটোৰ বলিষ্ঠ দার্শনিক

ৰ’দালি শতদল শাখা , গোৱালপাৰা সাহিত্য সভাৰ দ্বি- বাৰ্ষিক অধিবেশন সম্পন্ন

নগেন তলুকদাৰ , নলবাৰী : নলবাৰী জিলাৰ ৰ‘দালি শতদল শাখা ( গোৱালপাৰা ) সাহিত্য সভাৰ দ্বি- বাৰ্ষিক অধিবেশনখন ২৯ জুনত সফলতাৰে সম্পন্ন হৈ যায় ! ২৭ নং বলোৱা - গংগাপুৰ গাঁও পঞ্চায়তৰ" সভাগৃহত পুৱা ১০ বজাত শাখাটোৰ সভাপতি ৰমেশ কুমাৰ হালৈৰ

গুৱাহাটীত স্থায়ী সেৱা কেন্দ্ৰ মুকলি পঞ্জাৱৰ লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটীৰ

গুৱাহাটী; ৪ জুলাই: উত্তৰ-পূৰ্বাঞ্চলৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ সপোনৰ পথ মুকলি কৰি পঞ্জাৱৰ লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটী (এল পি ইউ)য়ে গুৱাহাটীৰ আমবাৰীত মুকলি কৰিছে তেওঁলোকৰ এক স্থায়ী সেৱা কেন্দ্ৰ। আমবাৰীৰ ৰবীন্দ্ৰ ভৱনৰ বিপৰীত দিশত

পলাশবাৰীৰ ব্ৰহ্মপুত্ৰৰ নান্দনিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্য্যটক-দৰ্শনাৰ্থীক

দক্ষিণ কামৰূপৰ পলাশবাৰীত নানা জাতি-জনগোষ্ঠীৰে অনন্য মিলনভূমি। সুকীয়া পৰিচিতি আৰু স্বাভিমানী সত্তাৰ প্ৰতিভূৰে জগত সভাত উজলি থকা পলাশবাৰীৰ প্রাকৃতিক তথা নান্দনিক পৰিৱেশেৰে চহকী অঞ্চল। প্রাকৃতিক আৰু ঐতিহাসিক সমলৰ সদ্ব্যৱহাৰেৰে পৰ্যটনৰ

আদিংগিৰী পাহাৰত আৱকাৰী বিভাগৰ অভিযান

জালুকবাৰী , ৩০ জুন : গুৱাহাটী মহানগৰীক দেশী - বিদেশী অবৈধ সুৰাৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে কামৰূপ মহানগৰ জিলাৰ আৱকাৰী অধীক্ষক দেৱজিৎ নাথৰ নিৰ্দেশত কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত গুৱাহাটী সদৰকে ধৰি আটাইকেইটা আৱকাৰী চক্ৰ পৰিদৰ্শকৰ

মুখ্যমন্ত্ৰীৰ জালুকবাৰী সমষ্টিতে অব্যাহত আছে ভূ-মাফিয়াৰ দৌৰাত্ম্য

জালুকবাৰী ,২৫ জুন : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম আৰক্ষীয়ে ২০২১ চনৰ আগষ্ট মাহত প্ৰথমবাৰৰ বাবে ৰাজ্যজুৰি আৰম্ভ কৰিছিল মাটিৰ দালাল, ভূ-মাফিয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। সেই নিৰ্দেশৰ পাছতে তেতিয়াই আৰক্ষীয়ে

ড॰ হিৰণ্য চন্দ্ৰ ভূঞাৰ জীৱন-কৃতিকলৈ আলোচনা, গ্ৰন্থ উন্মোচন

গুৱাহাটী, ১৪ জুন ঃ পাশ্চাত্যৰ বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী অসমীয়া ড॰ হিৰণ্য চন্দ্ৰ ভূঞা আছিল এক অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী৷ তেওঁৰ জীৱন কৃতি সামৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লেখাৰে প্ৰকাশ

হিট ষ্ট্ৰোকৰ পৰা সাৱধান হওঁক

সত্যব্ৰত বৰাঅসম তথা ভাৰতবৰ্ষত গৰমৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পাইছে। জলবায়ু পৰিৱৰ্তনৰ ফলত উষ্ণতাৰ পৰিমাণ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। ফলত হিট ষ্ট্ৰোকৰ আশংকা বহু পৰিমাণে বাঢ়িছে। এনে পৰিস্থিতিত সাৱধানতা অৱলম্বন কৰাটো অতি