গ্ৰন্থমেলা বাকৰিত ‘বহুবাক’ৰ গ্ৰন্থ উন্মোচনী সভা
সময়ৰ কথা সময়তে কোৱা উচিত। অন্যথায় সময় পাৰ হৈ গ'লে জীৱনলৈ নামিব পাৰে অমানিশা। লব্ধপ্ৰতিষ্ঠিত নিবন্ধকাৰ, সমাজ সচেতন লেখক ৰত্নেশ্বৰ বসুমতাৰীয়ে অসমীয়া জাতি-ভাষা ধৰি ৰক্ষাৰ বাবে গ্ৰন্থ প্ৰণয়ন কৰিছে"--- অসমৰ অন্যতম সমন্বয়-সংহতিৰ!-->…