বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক

আজাৰা ঃ আঘোন মাহ অহাৰ লগে লগেই সোনোৱালী হৈছে অসমৰ খেতি পথাৰ সমূহ । সোনগুটিৰে সোনোৱালী হৈ পৰা আঘোনৰ পথাৰত চহা কৃষক-দাৱনীৰ সীমাহীন ব্যস্ততা। কিন্তু ৰাজ্যৰ আন বহু অঞ্চলৰ দৰে পশ্চিম গুৱাহাটীৰ শালি ধানৰ খেতিৰ বাবে বিখ্যাত বৃহত্তৰ ৰাণী

২০২৫ চনৰ ভিতৰত এইচডিএফচি বেংকৰ পৰিৱৰ্তন কাৰ্য্যসূচীৰ অধীনত ৩৫০০ বিদ্যালয়ত স্মার্ট শ্রেণী কোঠা…

গুৱাহাটী, ১৫ নৱেম্বৰ, ২০২৪: এইচডিএফচি বেংকৰ চিএচ আৰ (CSR ) পদক্ষেপ " পৰিৱৰ্তন " ৰ অধীনত গুনগত শিক্ষাৰ জড়িয়তে সমগ্ৰ ভাৰত বৰ্ষৰ যুৱক যুৱতী সকলক উন্নীত আৰু সৱলীকৰণ প্রতিশ্রুতি পুনৰ দৃঢ় কৰি শিশু দিৱস উদযাপন কৰে।সমৰ্থিত আৰু নিৰ্বাচিত

জলজ দুঃসাহসিক ক্ৰীড়াত অসমৰ নাম উজলাইছে গোলাঘাটৰ নিশামণি বৰাই

গুৱাহাটী; ১৫ নৱেম্বৰ, ২০২৪: অসমৰ পৰৱৰ্তী প্ৰজন্মৰ খেলুৱৈক অনুপ্ৰাণিত কৰি জল ক্ৰীড়া অনুৰাগী ২৩ বছৰীয়া নিশামণি বৰাই স্প্ৰিণ্টাৰ হিমা দাস আৰু অলিম্পিক পদক বিজয়ী লাভলিনা বৰগোহাঁইৰ পদাংক অনুসৰণ কৰি ৰাজ্যৰ প্ৰথমগৰাকী প্ৰমাণিত মহিলা

অসমত শিক্ষা আৰু সমাজ কল্যাণৰ উদ্যোগ লৈ কেইৰ্ণৰ শিশু দিৱস উদযাপন

গুৱাহাটী, ১৪ নৱেম্বৰ, ২০২৪: শিশুৰ দিৱসৰ পূৰ্বে কেইৰ্ণে অসমৰ উদীয়মান শিক্ষাৰ্থীৰ সম্ভাৱনা উদযাপন কৰিবলৈ কেইবাটাও সমাজ-কেন্দ্ৰিক পদক্ষেপ গ্ৰহণ কৰে। স্থানীয় সম্প্ৰদায়ৰ বাবে শৈক্ষিক উন্নয়ন আৰু জীৱনৰ মান বৃদ্ধিৰ বাবে কেইৰ্ণৰ

মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ই ৰিক্সা, ই অটোৰিক্সা ডিলাৰেৰে গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটীঃ ১৪ নৱেম্বৰঃ কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত আজি ই ৰিক্সা আৰু ই অটোৰিক্সা ডিলাৰৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসৰ

প্ৰকাশ পালে অসম সাহিত্য সভাৰ সভাপতি পদৰ তালিকা

অসম সাহিত্য সভাই মঙলবাৰে পৰৱৰ্তী সভাপতি পদৰ বাবে নতুন তালিকা প্ৰকাশ কৰে । ৫ গৰাকী সাহিত্যিকক লৈ প্ৰকাশ কৰা হয় নতুন পেনেল তালিকা । প্ৰকাশ হয় বসন্ত কুমাৰ গোস্বামী, ড৹ গোৱিন্দ প্ৰসাদ শর্মা, অধ্যাপক উপেন ৰাভা হাকাচাম, ভীমকান্ত বৰুৱা,

ধাৰাপুৰ চাৰিআলিত অংগনাৰ নাট প্ৰদৰ্শন

আজাৰা, ২৭ ফেব্ৰুৱাৰী: ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়,নতুন দিল্লী আৰু সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ উদ্যোগত আয়োজিত আন্তঃৰাষ্ট্ৰীয় নাট্য উৎসৱ ভাৰত ৰংগ মহোৎসৱৰ ৰূপালী জয়ন্তী বর্ষ উপলক্ষে সমগ্ৰ দেশতে অলপতে জন ভাৰত ৰংগ কাৰ্যসূচীৰ আয়োজন কৰা হয়। ইয়াৰ

ড° শ্বাহিল ৰফিকৰ নতুন গ্ৰন্থ ‘আপলিফ্ট ইয়ৰ লাইফ’ উন্মোচন

গুৱাহাটী : ড০ শ্বাহিল ৰফিকৰ আপলিফ্ট ইয়ৰ লাইফ’ শীৰ্ষক এখন গ্ৰন্থ ১৬ আগষ্টত উন্মোচন কৰা হয় । ৰাজহুৱা আৰু ব্যক্তিগত দুয়োখন ক্ষেত্ৰতে স্বতন্ত্ৰ পৰামৰ্শদাতা হিচাপে ইচ্ছুক ব্যক্তিসকলৰ বাবে এই গ্ৰন্থখনে পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰিব

অসম কৃষি বিশ্ববিদ্যালয়ৰ চাৰিটা প্ৰকল্পৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্রীয়ে 

দিছপুৰ, ১৬ আগষ্ট : উত্তৰ পূব ভাৰতৰ কৃষি শিক্ষাৰ অগ্ৰণী শিক্ষা প্রতিষ্ঠান অসম কৃষি বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে । মুখ্যমন্ত্ৰীয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ

আকাশ বাইজুছে আৰম্ভ কৰিলে ৰাষ্ট্ৰীয় অনুসন্ধানী পৰীক্ষা এন্থে ২০২৩

পৰীক্ষা প্ৰস্তুতি সেৱাৰ ক্ষেত্ৰত আকাশ বাইজুছে ইয়াৰ জনপ্ৰিয় আৰু বহুলভাৱে বিচৰা এন্থে (Aakash National Talent Hunt Exam) ২০২৩ৰ ১৪ সংখ্যক সংস্কৰণ আৰম্ভ কৰে ৷ ই ছাত্ৰ-ছাত্ৰীসকলক ১০০% পৰ্যন্ত বৃত্তি আৰু উল্লেখযোগ্য নগদ বঁটাৰে নিজৰ সম্ভাৱনা