Yearly Archives

2026

এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ উদ্যোগত মাতৃ নিবাস বৃদ্ধাশ্ৰমৰ আৱাসীৰ সৈতে শ্ৰমিক নেতা…

মালিগাওঁ, ১০ জানুৱাৰী : বিশিষ্ট শ্ৰমিক নেতা, উত্তৰ পূব সীমান্ত ৰেলৱেৰ অগ্ৰণী ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক , ৰেলৱেৰ জ্যেষ্ঠ অভিযন্তা মুনীন্দ্ৰ শইকীয়াৰ ৯ জানুৱাৰীৰ জন্মদিনটো ইউনিয়নৰ

অগপ নে বিজেপি ? কাৰ ভাগ্যত পৰিব মধ্য গুৱাহাটী ; বিজেপি দলৰ একাধিক প্ৰাৰ্থীয়ে অব্যাহত ৰাখিছে ৰাজনৈতিক…

গুৱাহাটী ,১০ জানুৱাৰী : আগন্তুক বিধানসভা নিৰ্বাচনলৈ মাজতে প্ৰায় তিনিমাহ মান বাকী থকা অৱস্থাত ৰাজ্যৰ আন সমষ্টিৰ দৰে কামৰূপ মহানগৰ জিলাৰ নবগঠিত মধ্য গুৱাহাটী তথা চেণ্ট্ৰেল গুৱাহাটী সমষ্টিটো নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব বিচৰা

জি এম ডি এৰ সৈতে অংশীদাৰিত্বৰে শ্ৰদ্ধাঞ্জলি কাননত মুকলি পূৰবী ডেইৰীৰ নতুন বুথ

গুৱাহাটী, ৯ জানুৱাৰী : মহানগৰীৰ জনসাধাৰণৰ মাজত স্বাস্থ্যসন্মত তথা সুলভ মূল্যৰ দুগ্ধজাত সামগ্ৰীৰ যোগান অধিক সুচল কৰাৰ লক্ষ্যৰে গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাননত মুকলি কৰা হ’ল পূৰবী ডেইৰীৰ এটা নতুন বুথ। পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বন্যপ্ৰাণী আৰু পৰিৱেশ অধ্যয়ন কেন্দ্ৰৰ দ্বাৰা প্ৰথম বাৰ্তালোচনী…

আজাৰা ,৯ জানুৱাৰী : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে এক বিশেষ অনুষ্ঠানৰ জৰিয়তে বহনক্ষম উন্নয়ন আৰু সংৰক্ষণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে আজি বিশ্ববিদ্যালয়ৰ সভাগৃহত

এন এফ ৰেলৱে এম্পলইজৰ উদ্যোগত শ্ৰমিক নেতা পবেন্দ্ৰ নাথ কলিতাক সোঁৱৰণ

মালিগাওঁ, ৯ জানুৱাৰী : বিশিষ্ট শ্ৰমিক নেতা, উত্তৰ পূব সীমান্ত ৰেলৱেৰ অগ্ৰণী ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ প্ৰাক্তন সভাপতি , ৰেলৱেৰ অৱসৰপ্ৰাপ্ত অধীক্ষক পবেন্দ্ৰ নাথ কলিতাৰ ১৯ সংখ্যক মৃত্যু তিথিৰ লগত সংগতি

পুনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৬ লৈ নিৰ্বাচিত অসমৰ যৌথ উদ্যোগত নিৰ্মিত ভাৰত-ইজৰাইলৰ…

১৭ আৰু ১৯ জানুৱাৰীত ‘গ্লোবেল চিনেমা’ শিতানত প্ৰদৰ্শিত হ’ব ‘মাৰ্ডাৰ্ছ টু ক্ল’জ- লাভ টু ফাৰ’ গুৱাহাটী, ৯ জানুৱাৰী : অসমৰ চলচ্চিত্ৰ উদ্যোগৰ বাবে এক গৌৰৱোজ্জ্বল অধ্যায় সূচনা কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে অসমৰ যৌথ উদ্যোগত

মুকলি হ’ল ‘দ্য গাৰ্ডেনাৰ’ আৰু ‘আমচৈ’; দেশজুৰি পেকেট চাহৰ বজাৰত পদাৰ্পণ মা কামাখ্যা এছ’চিয়েটছৰ

গুৱাহাটী, ৮ জানুৱাৰী : চাহ খেতি আৰু উৎপাদনৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ আধাৰত মা কামাখ্যা এছ’চিয়েটছে মুকলি কৰিছে ‘দ্য গাৰ্ডেনাৰ’ আৰু ‘আমচৈ’ নামৰ দুটাকৈ বিশেষ পেকেট চাহৰ ব্ৰেণ্ড। সুস্বাদু চাহৰ এই নতুন সম্ভাৰেৰে প্ৰতিষ্ঠানটোৱে সংগঠিত চাহ

কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত উন্নত জাতৰ হাঁহৰ মাংস বিষয়ক সজাগতা সভা

আজাৰা ,৮ জানুৱাৰী : অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ উদ্যোগত তিনি জানুৱাৰীত গুৱাহাটীৰ কাষৰীয়া উখুৰা পানীখাইতিত হাঁহৰ মাংসৰ বাবে উন্নত জাতৰ ভিগ'বা চুপাৰ

চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়ত সংগীতৰ প্ৰতিভা অন্বেষণঃ অসম চৰকাৰ আৰু দ্য হান্স ফাউণ্ডেশ্যনৰ বিশেষ…

গুৱাহাটী, ৩ জানুৱাৰী : চাহ বাগিচা সম্প্ৰদায়ৰ মাজত সামগ্ৰিক শিক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ নিৰন্তৰ প্ৰচেষ্টাৰ অংশ হিচাপে, দ্য হান্স ফাউণ্ডেশ্যনে অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ সহযোগত ৰাজ্যৰ চাহ বাগিচা অঞ্চলৰ আদৰ্শ

এপল’হাস্পতালগুৱাহাটীৰসাফল্য: উত্তৰ-পূবভাৰততপোনপ্ৰথমবাৰৰবাবেউন্নতএণ্ডোস্কোপিকপদ্ধতিPOEM ৰ শুভাৰম্ভ

গুৱাহাটী, ৩ জানুৱাৰী ২০২৬: এপল’ হাস্পতাল গুৱাহাটীয়ে ‘অেকেলেছিয়া কাৰ্ডিয়া’ (Achalasia Cardia) নামৰ ৰোগৰ চিকিৎসাৰ বাবে এক উন্নত আৰু নূন্যতম কটা-ছিঙা কৰা পদ্ধতি ‘পাৰ অৰেল এণ্ডোস্কোপিক মায়োটমী’ (POEM) সফলতাৰে সম্পন্ন কৰি এক বৃহৎ