নলগাঁও প্ৰাথমিক বিদ্যালয়ত ছয়খন বিদ্যালয়ৰ সামূহিক উৎসৱ উদযাপন
মিৰ্জা : পলাশবাৰী ৰাজহ চক্ৰৰ অধীনৰ নলগাঁও প্ৰাথমিক বিদ্যালয়ত আজি উত্তৰ ভোলাগাঁও সমল কেন্দ্ৰৰ অন্তৰ্গত এই বিদ্যালয়খনৰ লগতে মেধিপাৰা প্ৰাথমিক বিদ্যালয়,গৰগৰা প্ৰাথমিক বিদ্যালয়,দলেপাৰা প্ৰাথমিক বিদ্যালয়,স্বৰ্গীয় ৰামমোহন গোস্বামী শিশু!-->!-->!-->…