Yearly Archives

2023

ড° শ্বাহিল ৰফিকৰ নতুন গ্ৰন্থ ‘আপলিফ্ট ইয়ৰ লাইফ’ উন্মোচন

গুৱাহাটী : ড০ শ্বাহিল ৰফিকৰ আপলিফ্ট ইয়ৰ লাইফ’ শীৰ্ষক এখন গ্ৰন্থ ১৬ আগষ্টত উন্মোচন কৰা হয় । ৰাজহুৱা আৰু ব্যক্তিগত দুয়োখন ক্ষেত্ৰতে স্বতন্ত্ৰ পৰামৰ্শদাতা হিচাপে ইচ্ছুক ব্যক্তিসকলৰ বাবে এই গ্ৰন্থখনে পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰিব

অসম কৃষি বিশ্ববিদ্যালয়ৰ চাৰিটা প্ৰকল্পৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্রীয়ে 

দিছপুৰ, ১৬ আগষ্ট : উত্তৰ পূব ভাৰতৰ কৃষি শিক্ষাৰ অগ্ৰণী শিক্ষা প্রতিষ্ঠান অসম কৃষি বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে । মুখ্যমন্ত্ৰীয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ

আকাশ বাইজুছে আৰম্ভ কৰিলে ৰাষ্ট্ৰীয় অনুসন্ধানী পৰীক্ষা এন্থে ২০২৩

পৰীক্ষা প্ৰস্তুতি সেৱাৰ ক্ষেত্ৰত আকাশ বাইজুছে ইয়াৰ জনপ্ৰিয় আৰু বহুলভাৱে বিচৰা এন্থে (Aakash National Talent Hunt Exam) ২০২৩ৰ ১৪ সংখ্যক সংস্কৰণ আৰম্ভ কৰে ৷ ই ছাত্ৰ-ছাত্ৰীসকলক ১০০% পৰ্যন্ত বৃত্তি আৰু উল্লেখযোগ্য নগদ বঁটাৰে নিজৰ সম্ভাৱনা

ৰাজহুৱা স্থানত খোৱা পানীৰ এ টি এম স্থাপন কৰাৰ আহ্বান আপ, অসমৰ

গুৱাহাটী : অসম চৰকাৰে অহা ২ অক্টোবৰৰ পৰা এক লিটাৰৰ তলৰ খোৱা পানীৰ প্লাষ্টিকৰ বটলৰ বিক্ৰী নিষিদ্ধ কৰা সিদ্ধান্তৰ সুৰতে সুৰ মিলাই আম আদমি পাৰ্টীয়ে দাবী কৰে যে চৰকাৰে খোৱা পানীৰ বিক্ৰী বন্ধ কৰি জল জীৱন মিছনৰ অধীনত সকলোৰে ঘৰে ঘৰে পানী দিয়াৰ