ভেকচিন প্ৰদানক কেন্দ্ৰ কৰি ব্যাপক অনিয়মৰ অভিযোগ
মহানগৰীৰ আজাৰা থানাৰ অন্তৰ্গত গড়লত থকা এ.টি.এম.আৰ.এফ টিকাকৰণ কেন্দ্ৰত ভেকচিন প্ৰদানক কেন্দ্ৰ কৰি ব্যাপক অনিয়মৰ অভিযোগ উঠিছে। অনিয়মৰ বাবেই কেন্দ্ৰটোৰ সন্মুখত পুৱতি নিশাৰ পৰা শাৰীপাতি থকা অধিকাংশ লোকে ভেকচিন নোপোৱাকৈ উভতি যাব লগা হৈছে ।!-->…