ফিটনেছ আৰু স্বাস্থ্য সচেতন লোকসকলৰ প্ৰতি লক্ষ্য ৰাখি এছবিআই কাৰ্ডে মুকলি কৰিলে ‘এছবিআই কাৰ্ড পালছ’
গুৱাহাটী, : ভাৰতৰ সৰ্ববৃহৎ পিঅ’ৰ-প্লে ক্ৰেডিট কাৰ্ড প্ৰদানকাৰী এছ বি আই কাৰ্ডে আজি 'এছবিআই কাৰ্ড পালছ' নামৰ প্ৰথমটো ফিটনেছ আৰু স্বাস্থ্য সংক্ৰান্তীয় ক্ৰেডিট কাৰ্ড মুকলি কৰাৰ কথা ঘোষণা কৰে। সমগ্ৰ দেশৰ গ্ৰাহকসকলৰ প্ৰতি লক্ষ্য ৰাখি এই কাৰ্ডখন!-->…