গুৱাহাটীত বেদ স্পাৰ প্ৰথমখন চেলুনৰ শুভাৰম্ভ

বেদ স্পাই গুৱাহাটীত ইয়াৰ নতুন চেলুন মুকলি কৰে। নতুন চেলুনখন উলুবাৰীৰ আৰ.জি. বৰুৱা স্প’ৰ্টছ কমপ্লেক্সৰ বিপৰীতে ডঃ বি. বৰুৱা পথস্থিত পিয়াজ্জাৰ ওপৰত অৱস্থিত। বেদ স্পা হৈছে মৰক্কোৰ ডিজাইন অনুপ্ৰাণিত স্পা ও চেলুন য’ত উবেৰ আৰু লুক্স চেটিং সমৃদ্ধ। নতুন চেলুনখনৰ বৈশিষ্ট্য এয়ে যে ইয়াত লাভ কৰিব সমসাময়িক বাতাবৰণ আৰু উষ্ম আৰু বন্ধুত্বসূলভ ষ্টাফ যিয়ে আপোনাৰ পদাৰ্পণক সন্তোষজনক আৰু স্মৰণীয় অভিজ্ঞতা নিশ্চিত কৰি তুলিব। সমগ্ৰ দেশখনৰ ষ্টাইলিষ্ট, বিউটিচিয়ান আৰু থেৰাপিষ্টৰ এটি সম্পূৰ্ণ টীমেৰে, বেদ স্পাৰ চেলুনখনত এটি ব্যাপক দিন উপভোগ কৰিবলৈ প্ৰয়োজনীয় সকলোখিনিয়েই আছে বুলি কৰ্তৃপক্ষই উল্লেখ কৰে ।
বেদ স্পাত গ্ৰাহকসকলে তদুপৰি ৰেন্নে ফাৰ্টাৰাৰ, বাঅ’লাইন, মৰক্কান অইলৰ দৰে শীৰ্ষ ইউৰোপীয়ান বিউটি আৰু হেয়াৰকেয়াৰ ব্ৰেণ্ডসমূহৰপৰা বিউটি প্ৰডাক্ট ক্ৰয় কৰিব পাৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*