Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বিশাল ই-আৱৰ্জনা সংগ্ৰহ অভিযানৰ সফল সামৰণি
আজাৰা,১৪ ফেব্ৰুৱাৰী : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে পৰিৱেশ সংৰক্ষণৰ দিশত এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি যোৱা ১১ ফেব্ৰুৱাৰীত এক বিশাল ই-আৱৰ্জনা সংগ্ৰহ অভিযানৰ আয়োজন কৰে। আৰ্থফুল ফাউণ্ডেশ্যনৰ!-->!-->!-->!-->!-->…
বহু প্ৰত্যাশিত অসমীয়া বোলছবি ‘ডিফলু’ৰ পোষ্টাৰ মুকলি বৰলুইত প্ৰডাকচনছৰ; ২১ আগষ্টত লাভ কৰিব…
গুৱাহাটী, ১২ ফেব্ৰুৱাৰী : অসমীয়া চুটি ছবিজগতৰ অন্যতম চৰ্চিত প্ৰযোজনাগোষ্ঠী বৰলুইত প্ৰডাকচনছে উন্মোচন কৰিলে আগন্তুক ২১ আগষ্টত মুক্তি লাভ কৰিবলগীয়া তেওঁলোকৰ প্ৰথমখন অসমীয়া কাহিনী চিত্ৰ ‘ডিফলু’ৰ অফিচিয়েল পোষ্টাৰ। তেজপুৰৰ পৰা যাত্ৰা!-->!-->!-->!-->!-->…
বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্বনৰ উদ্যোগত ‘বাৰ্ণ কেয়াৰ ডে’ উদযাপন
গুৱাহাটী ,১১ ফেব্ৰুৱাৰী :; অগ্নিদগ্ধ ৰোগীৰ নানাধৰণৰ সমস্যাসমূহ, ৰোগীৰ ফলপ্ৰসু চিকিৎসাৰ ফলত হোৱা পৰিবৰ্তন সমূহ আৰু জুয়ে পোৰা আঘাতৰ প্ৰতিৰোধ আৰু প্ৰাথমিক সাহায্যৰ বিষয়ে সৰ্বসাধাৰণ ৰাইজক অৱগত কৰাৰ বাবে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালৰ!-->!-->!-->!-->!-->…
এয়াৰটেলে মুকলি কৰিলে ‘অ’ টি পি লিকেজ’ৰ জৰিয়তে সংঘটিত প্ৰবঞ্চনাৰ পৰা সুৰক্ষিত কৰিবলৈ নতুন কৃত্ৰিম…
গুৱাহাটী, ১১ ফেব্ৰুৱাৰী : স্পাম আৰু ডিজিটেল প্ৰবঞ্চনাৰ বিৰুদ্ধে চলি থকা প্ৰচেষ্টাৰ অংশ হিচাপে এয়াৰটেলে আজি ফ্ৰ’ড এলাৰ্ট শীৰ্ষক এটি নতুন কৃত্ৰিম বুদ্ধিমত্তাৰ অত্যাধুনিক সুৰক্ষা ব্যৱস্থা আৰম্ভ কৰিছে। এই নতুন ব্যৱস্থাই অ’ টি পি!-->!-->!-->!-->!-->…
গুৱাহাটীত চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীৰ সংগীত প্ৰতিভাৰ বিশাল সমাৰোহ: সম্পন্ন হ’ল ‘সুৰ সংগম’ৰ গ্ৰেণ্ড…
গুৱাহাটী, ১১ ফেব্ৰুৱাৰী : চাহ বাগিচা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত সংগীত প্ৰতিভা, অপৰিসীম আত্মবিশ্বাস আৰু সৃজনশীলতাক এক মৰ্যাদাপূৰ্ণ চিনাকি দি গুৱাহাটীত সম্পন্ন হয় ‘সুৰ সংগম – টি গাৰ্ডেন ষ্টুডেণ্ট টেলেণ্ট হাণ্ট’ৰ গ্ৰেণ্ড ফাইনেল।!-->!-->!-->!-->!-->…
মাৰোৱাৰী হাস্পিটেলছৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত হৃদৰোগ সজাগতা
গুৱাহাটী, ৫ ফেব্ৰুৱাৰী : নগৰস্থিত মাৰোৱাৰী হাস্পিটেলছে বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক হৃদৰোগ সজাগতা প্রেছ মিটৰ আয়োজন কৰে। এই প্ৰেছ মিটৰ মূল উদ্দেশ্য আছিল হাস্পিটেলখনৰ সুপাৰস্পেচিয়েলিটি কার্ডিঅ'লজি বিভাগৰ বিষয়ে জনসাধাৰণক অৱগত কৰা আৰু!-->…
গৰিমা শইকীয়া গাৰ্গৰ সৈতে পিয়াৰলেছ হস্পিতালৰ বিশেষ উদ্যোগ; ৪০ গৰাকী বৃদ্ধা মাতৃক বিনামূলীয়া…
গুৱাহাটী, ৪ ফেব্ৰুৱাৰী: মানৱীয়তাৰ এক অনন্য নিদৰ্শন দাঙি ধৰি ৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ পিয়াৰলেছ হস্পিতালে মঠঘৰীয়াৰ মাতৃ নিৱাস বৃদ্ধাশ্ৰম আৰু সোণাপুৰৰ চৰকাৰী বৃদ্ধাশ্ৰমৰ প্ৰায় ৪০ গৰাকী বৃদ্ধা মাতৃক প্ৰদান কৰে সম্পূৰ্ণ বিনামূলীয়া!-->!-->!-->!-->!-->…
অসম অসামৰিক সেৱাৰ বিষয়া সংগীতা শইকীয়াৰ গ্ৰন্থ উন্মোচন
গুৱাহাটী, ২ ফেব্ৰুৱাৰী : অসম অসামৰিক সেৱাৰ বিষয়া সংগীতা শইকীয়াৰ ৰচিত গ্ৰন্থ "As Life Moves On" ৩০ জানুৱাৰীৰ দিনা সন্ধিয়া গুৱাহাটীৰ বিষ্ণু নিৰ্মলা শিশু পুথিভঁৰালত এক সাহিত্যিক অনুষ্ঠানত উন্মোচন কৰা হয় । এই উপলক্ষে অনুষ্ঠিত!-->!-->!-->!-->!-->…
ভাগৱত লৈ বিশাল শোভাযাত্ৰা ;খানামুখ ৰাজহুৱা নামঘৰৰ বাৰ্ষিক হোমাহুতি সম্পন্ন
জালুকবাৰী , ২ ফেব্ৰুৱাৰী: গুৱাহাটী মহানগৰীৰ পশ্চিম জালুকবাৰীৰ ঐতিহাসিক খানামুখ ৰাজহুৱা নামঘৰত বিগত বছৰৰ দৰে এইবেলিও পবিত্র মাঘী পূর্ণিমা তিথিৰ লগত সংগতি ৰাখি পহিলা ফেব্ৰুৱাৰীত শ্ৰীশ্ৰীবিষ্ণুদেৱৰ বাৰ্ষিক হোমাহুতি উৎসৱ অনুষ্ঠিত হয়।!-->!-->!-->!-->!-->…
পঞ্চম নৰ্থ-ইষ্ট ফুডটেক ২০২৬ৰ শুভ উদ্বোধন; খাদ্য আৰু আতিথ্য খণ্ডৰ বিকাশৰ সম্ভাৱনীয়তা প্ৰদৰ্শন
অঞ্চলটোৰ আগশাৰীৰ খাদ্য আৰু আতিথ্য খণ্ডৰ বি-টু-বি এক্সপ’ত ৮০ খনৰো অধিক ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আৰু ৭,০০০ ব্যৱসায়িক দৰ্শকৰ অংশগ্ৰহণৰ সম্ভাৱনা
গুৱাহাটী, ২৯ জানুৱাৰী : উত্তৰ-পূৰ্বাঞ্চলৰ খাদ্য সংসাধন তথা আতিথ্য উদ্যোগৰ পৰিসৰ বৃদ্ধি!-->!-->!-->!-->!-->!-->!-->…