Slug, 79th Independence Day celebration at Jorabat
সমগ্ৰ ভাৰত বৰ্ষৰ লগত সংগতি ৰাখি আজী যোৰাবাট উন্নয়ন সমিতিয়ে উজ্যাপন কৰে ৭৯ তম স্বাধীনতা দিবস অনুষ্ঠান। আজীৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অৱসৰপ্ৰাপ্ত আই পি এচ বীষয়া উমেশ কুমাৰ লগতে উপস্থিত থাকে প্ৰথম খবৰৰ মুখ্য সম্পাদক প্ৰনয় বৰদলৈ উপস্থিত থাকে ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত লেফ্টিনেন্ট জেনেৰেল প্ৰনব কুমাৰ ভৰালী লগতে উপস্থিত থাকে IDAS NE Zone CRPF বীকাস অোঝা। পতকা উত্তোলনৰ লগতে সাংস্কৃতিক অনুষ্ঠান আৰু কন কন ছাত্ৰ ছাত্ৰীৰ মাজত উপহাৰ বীলোৱাৰ লগতে ১০০ মীটাৰ দৈৰ্ঘ্যৰ তীৰংগা ৰেলী উলিওৱা হয়। উক্ত অনুষ্ঠানত উন্নয়ন সমীতীৰ সভাপতি শিৱাজী প্ৰসাদ জৈসৱাল দেবৰ আদৰণি ভাষনেৰে অনুষ্ঠান মুকলি হোৱাৰ লগতে আমন্তৃত অতিথিয়ে স্বাধীনতা দীবসৰ লগত সংগতি ৰাখি নীজৰ নীজন বক্তব্য আগবঢ়াই।