অসমৰ মায়ঙত মুকলি ‘ৰাইনো এণ্ড ৰিভাৰ’ৰ বিলাসী বুটিক বন্যপ্ৰাণী ৰিট্ৰিট

২৪ নৱেম্বৰ : প্ৰখ্যাত পবিতৰা অভয়াৰণ্যৰ পৰা মাত্ৰ কেইমিনিটমান দূৰত্বত, মায়ঙৰ সুবিস্তৃত সেউজীয়া পথাৰৰ মাজত আনুষ্ঠানিকভাৱে উন্মোচিত হ'ল এক বুটিক বন্যপ্ৰাণী ৰিট্ৰিট, যাৰ নাম 'ৰাইনো এণ্ড ৰিভাৰ'। চাৰিওফালে বিস্তীৰ্ণ কৃষিভূমি আৰু

২৩ নৱেম্বৰত গুৱাহাটীত ‘এ টু জেড অৱ অপেনিং এ ছাকচেছফুল স্কুল’ শীৰ্ষক কৰ্মশালাৰ আয়োজন

গুৱাহাটী, ২০ নৱেম্বৰ : উত্তৰ-পূৰ্বাঞ্চলত বিদ্যালয় স্থাপনৰ বাবে বাস্তৱসন্মত কৌশল প্ৰদান কৰিবলৈ অহা ২৩ নৱেম্বৰ দেওবাৰে গুৱাহাটীৰ ভিভাণ্টা হোটেলত অনুষ্ঠিত হ’ব “এ টু জেড অৱ অপেনিং এ ছাকচেছফুল স্কুল” শীৰ্ষক এক বিশেষ কৰ্মশালা। উল্লেখ্য

জি এম ডি এৰ সহযোগত নেহৰু পাৰ্কত পূৰবী মিল্ক বুথৰ শুভ উদ্বোধন

গুৱাহাটী, ২০ নৱেম্বৰ : উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ দুগ্ধ সমবায় ব্ৰেণ্ড ‘পূৰবী’য়ে নিজৰ বিপণন নেটৱৰ্ক দ্ৰুততাৰে সম্প্ৰসাৰণ ঘটাই বৃহস্পতিবাৰে গুৱাহাটীৰ নেহৰু পাৰ্কৰ সমীপত এটা নতুন মিল্ক বুথৰ শুভ উদ্বোধন কৰে। উল্লেখ্য যে, এয়া গুৱাহাটী

পিয়াৰলেছ হাস্পতাল গুৱাহাটীৰ উদ্যোগত হোলি হোম স্কুলৰ ছাত্ৰীসকলৰ বাবে স্বাস্থ্য পৰীক্ষা শিবিৰ…

গুৱাহাটী, ২০ নৱেম্বৰ : পিয়াৰলেছ হাস্পতাল গুৱাহাটীয়ে যোৱা মঙলবাৰে হোলি হোম স্কুলৰ ছাত্ৰীসকলৰ বাবে এটা বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰে। স্বাস্থ্য পৰীক্ষা শিবিৰত তেওঁলোকৰ ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা, পুষ্টি আৰু সামগ্ৰিক

বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ভূপেন হাজৰিকা-জুবিন গাৰ্গ সম্পৰ্কীয় বক্তৃতানুষ্ঠান সম্পন্ন

গুৱাহাটী, ১৯ নৱেম্বৰ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ভাৰতৰত্ন ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সম্পৰ্কীয় আলোচনা আৰু বক্তৃতানুস্থানৰ আজি সামৰণী পৰে। সতীৰ্থ

মাৰোৱাৰী চিকিৎসালয়ত কেথ লেব উদ্বোধন

গুৱাহাটি, ১৮ নৱেম্বৰ ঃ মাৰোৱাৰী চিকিৎসালয়ত কেথ লেব উদ্বোধন কৰা হৈছে:- বহু প্ৰত্যাশিত কেথ লেবটো যোৱা ১৭ নৱেম্বৰত (সোমবাৰে) মাৰোৱাৰী চিকিৎসালয়ত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু জলসিঞ্চন বিভাগৰ মাননীয় মন্ত্ৰী

ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী – জুবিন গাৰ্গৰ ওপজা দিন উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ত…

গুৱাহাটী, ১৭ নৱেম্বৰ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ভাৰতৰত্ন ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সম্পৰ্কীয় আলোচনা আৰু বক্তৃতানুস্থান। সতীৰ্থ সমাজৰ

৫০ পতাকা উত্তোলন, ৫০ গছি বন্তি প্ৰজ্বলন

গুৱাহাটী ১৭ নৱেম্বৰ : সোণালী জয়ন্তী বৰ্ষত পদাৰ্পণ কৰা মহানগৰীৰ হাতীগাঁও মহিলা সমিতিৰ সোণালী জয়ন্তী সমাৰোহৰ কালি আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা হয়। হাতীগাঁৱৰ কমলাকান্ত ভট্টাচার্য পথস্থিত হাতীগাঁও মহিলা সমিতিৰ কাৰ্যালয় প্ৰাংগণত

শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত সীমান্ত শৰ্মাৰ পৰিচালনাত ‘মঙহ্’ নাট মঞ্চস্থ হব

অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদত অৱস্থিত সুৰজিৎ একাডেমীৰ উদ্যোগত অহা ২৩ নবেম্বৰ সন্ধিয়া ৫:৪৫ বজাত, শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ ড. বানীকান্ত কাকতি প্ৰেক্ষাগৃহত সীমান্ত শৰ্মাৰ ৰচনা আৰু পৰিচালনাত ‘মঙহ্’ নাটখন মঞ্চস্থ হ'ব।

অসমৰ ডনবস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত ‘মেক-এ-খন ২০২৫’ প্ৰতিযোগিতা সম্পন্ন

আজাৰা , ১৭ নৱেম্বৰ : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত অসমৰ ডনবস্ক' বিশ্ববিদ্যালয় চৌহদত কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্রিক বিভাগৰ IoT ক্লাব আৰু ADBU Build ক্লাবৰ যৌথ উদ্যোগত ২৪ ঘণ্টীয়া ইনোভেশ্যন আৰু ক'ডিং মাৰাথন 'মেক-এ-খন ২০২৫'