পৃথিৱীৰ খিলঞ্জীয়া আৰ্থহিৰোক শক্তিশালী কৰাৰ মুখ্য সুযোগ উত্তৰ-পূব ভাৰতৰ

গুৱাহাটী, -"আধাতকৈ অধিক গোলকীয় অৰ্থনীতি যথেষ্ট পৰিমাণে মধ্যমীয়াভাৱে নিৰ্ভৰ কৰে প্ৰকৃতিৰ ওপৰত। ভাৰতত এই সংখ্যা হৈছে ৭০%। বৰ্ধিত জলবায়ু আৰু জৈৱ বৈচিত্ৰ্যৰ সংকটৰ ফলত অৰ্থনীতিলৈ আহি পৰা পাৰিপাৰ্শ্বিক বিপদাশংকা বৃদ্ধি পাইছে।"- আজি এক

প্ৰেক্টিকেলি-এ ‘দ্য লাৰ্ণিং লবী’ মুকলি

6-12 মান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষাগ্ৰহণ ব্যৱস্থাটোক এক নিমজ্জিত পৰ্যায়লৈ লৈ যাবৰ বাবে ডিজাইন কৰা ভাৰতৰ প্ৰথমটো অভিজ্ঞতামূলক লাৰ্ণিং এপ্প, প্ৰেক্টিকেলি-এ মুকলি কৰিছে, শিক্ষক তথা অভিভাৱকসকলৰ মনত খেলাই থাকিব পৰা কিছু মৌলিক কিন্তু

ফ্লৰ প্ৰাইচিঙৰে চাহ উদ্যোগটোৰ সমৃদ্ধি নিশ্চিত হ’ব: ফিকিৰ উত্তৰ-পূব উপদেষ্টা পৰিষদৰ অধ্যক্ষ…

জলবায়ু পৰিৱৰ্তন আৰু উৎপাদনৰ বৰ্ধিত ব্যয়ৰ সৈতে যুঁজিবলৈ টি এষ্টেটত সৌৰ শক্তিৰ ব্যৱস্থা কৰক:ফিকি গুৱাহাটী,: অসমৰ চাহ উদ্যোগটো পুনৰুজ্জীৱিত কৰাৰ বাবে বহুতো পৰামৰ্শ আগবঢ়াইছে উদ্যোগ সংস্থা ফিকিয়ে।পৰামৰ্শসমূহ ফিকিৰ দ্বাৰা কৰা এক বিতং

নকিয়াৰ সৈতে অংশীদাৰীত্বৰে ৭০০ মেগাহাৰ্জ বেণ্ডত ভাৰতৰ প্ৰথম ৫জি পৰীক্ষণ এয়াৰটেলৰ

গুৱাহাটী, : ভাৰতৰ মুখ্য যোগাযোগ সমাধান প্ৰদানকাৰী ভাৰতী এয়াৰটেল ("এয়াৰটেল")এ আজি নকিয়াৰ সৈতে অংশীদাৰীত্বৰে ৭০০ মেগাহাৰ্জ বেণ্ডত ভাৰতৰ প্ৰথম ৫জি পৰীক্ষণ সফলতাৰেপৰিচালনা কৰিছে বুলি অৱগত কৰিছে।চৰকাৰৰ দূৰসংযোগ বিভাগে ৫জি প্ৰযুক্তিৰ বৈধতা

এইচডিএফচি বেংকে মুকলি কৰিলে ৫ম পৰিৱৰ্তনস্মাৰ্টআপ গ্ৰাণ্ট

১৫ কোটি টকালৈকে অনুদানৰ বাবে বাজেটআৱণ্টন ● পৰিৱেশ, স্বাস্থ্য আৰু লিংগৰ বৈচিত্ৰ্যওপৰত গুৰুত্ব দিয়া ষ্টাৰ্ট-আপ আৰু ইনকিউবেটৰৰ পৰা বিচাৰিছে আৱেদন গুৱাহাটী, ১০ নৱেম্বৰ, ২০২১: এইচডিএফচি বেংকে স্মাৰ্টআপ গ্ৰাণ্টৰ পঞ্চম সংস্কৰণৰ বাবে আজিৰে

গুৱাহাটীত বেদ স্পাৰ প্ৰথমখন চেলুনৰ শুভাৰম্ভ

বেদ স্পাই গুৱাহাটীত ইয়াৰ নতুন চেলুন মুকলি কৰে। নতুন চেলুনখন উলুবাৰীৰ আৰ.জি. বৰুৱা স্প’ৰ্টছ কমপ্লেক্সৰ বিপৰীতে ডঃ বি. বৰুৱা পথস্থিত পিয়াজ্জাৰ ওপৰত অৱস্থিত। বেদ স্পা হৈছে মৰক্কোৰ ডিজাইন অনুপ্ৰাণিত স্পা ও চেলুন য’ত উবেৰ আৰু লুক্স চেটিং

মহানগৰীত গান্ধী জয়ন্তী উপলক্ষে “চাইক্ল’থন ২.০–ইণ্ডিয়া অন দ্য মোভ”ৰ আয়োজন

ইভেণ্ট মেনেজমেণ্ট এছ'চিয়েচন অফ অসম (ইএমএএ)এ গান্ধী জয়ন্তী উদযাপনৰ দিনটোত গুৱাহাটীত "চাইক্ল'থন ২.০- ইণ্ডিয়া অন দ্য মোভ"ৰ আয়োজন কৰে। য'ত মহানগৰীৰ লোকসকলৰ মাজত এই অনুষ্ঠানৰ জৰিয়তে বাহিৰৰ কাৰ্যকলাপত অন্তৰ্ভুক্তি আৰু চাইকেল চলোৱা সংস্কৃতি

টপচেম চিমেণ্টৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে সুনীল গাভাস্কাৰৰে চুক্তি স্বাক্ষৰ

টপচেম চিমেণ্টে ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তী সুনীল গাভাস্কাৰ-"দ্য লিটল মাষ্টাৰ"ক তেওঁলোকৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিয়োগ কৰিছে। কোম্পানীৰ চেলছ এণ্ড মাৰ্কেটিং (মেঘালয় চিমেণ্টছ লিমিটেড)ৰ অধ্যক্ষ ডঃ অনিল কাপুৰে উল্লেখ কৰে যে " সুনীল

সূতাৰ ভড়াল সমূহ সক্ৰিয় কৰাৰ সিদ্ধান্ত

অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সভাগৃহত ৩ ছেপ্তেম্বৰ ,২০২১ তাৰিখে অনুষ্ঠিত এখন সভাত বিভাগীয় মন্ত্ৰী শ্ৰী ইউ. জি. ব্ৰহ্মই ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ৩৩ টা সূতাৰ ভড়াল পুনৰ সক্ৰিয় কৰি গঢ়ি তুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে l সভাত মন্ত্ৰী

পলাশবাৰীৰ দখলাত প্ৰয়াত ললিত চন্দ্ৰ কলিতাৰ প্ৰতিমূৰ্তি উন্মোচন

পলাশবাৰীৰ দখলা বণিয়াপাৰাত শিক্ষক তথা সমাজসেৱক প্ৰয়াত ললিত চন্দ্ৰ কলিতাৰ ইহলীলা সম্বৰণ কৰাৰ এবছৰ সম্পূৰ্ণ হোৱাত আজি তেওঁৰ নিজ বাসগৃহত এটি প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। প্ৰয়াত ললিত চন্দ্ৰ কলিতাৰ প্ৰতিমূৰ্তিটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট