Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
গুৱাহাটীত মেগা এণ্টাৰটেইনমেণ্টৰ জনপ্ৰিয় প্ৰতিযোগিতাৰ অডিচনৰ আয়োজন
উত্তৰ-পূব ভাৰতৰ পৰৱৰ্তী আইকন উন্মোচন কৰিবলৈ পুনৰ উভতি আহিছে ১৪ সংখ্যক চেট ৱেট মেগা মিষ্টাৰ নৰ্থ ইষ্ট আৰু ২১ সংখ্যক লিভন মেগা মিছ নৰ্থ ইষ্ট।
গুৱাহাটী : উত্তৰ-পূব ভাৰতৰ ফেশ্বন আৰু প্ৰতিযোগিতামূলক অনুষ্ঠানৰ আগশাৰীৰ আয়োজক মেগা!-->!-->!-->!-->!-->!-->!-->…
ৰয়েল কলেজ অফ অবষ্টেট্ৰিচিয়ান এণ্ড গাইনোকোলজিষ্টৰ (এআইচিচি আৰচিওজি) সৰ্বভাৰতীয় সমন্বয় সমিতিৰ…
মুম্বাই : এআইচিচি আৰচিঅ'জিয়ে শেহতীয়াকৈ লক্ষ্য কৰা বয়সৰ গোটৰ মহিলাসকলৰ ক্ষেত্ৰত বাধ্যতামূলক এইচপিভি টিকাকৰণৰ ওপৰত সৰ্বশ্ৰেষ্ঠ অনুশীলন নিৰ্দেশনা উন্মোচন কৰিছে। আৰ.চি.ও.জি.-ৰ সৰ্বভাৰতীয় সমন্বয় সমিতিয়ে এইচ.পি.ভি. টিকাকৰণক সমৰ্থন!-->!-->!-->!-->!-->…
বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এঘাৰ মাহত ৬০৮২ টা গৰু জব্দ , ৯৬ জন ভাৰতীয় আৰু ৩৫ জন বাংলাদেশী…
আজাৰা : ভাৰত - পাকিস্তান আৰু ভাৰত - বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিৰাপত্তা আৰু পহৰাৰ দায়িত্বত নিয়োজিত সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফে পহিলা ডিচেম্বৰত ৫৯ টা বৰ্ষ অতিক্ৰম কৰি ৬০ টা বৰ্ষত ভৰি দিছে। ১৯৬৫ চনৰ পহিলা!-->!-->!-->!-->!-->…
দীপৰ বিলৰ পাৰত বনভোজথলী উদ্বোধন
আজাৰা : প্ৰকৃতিৰ ৰম্যভূমি দীপৰ বিলৰ পানী লাহে লাহে কমি যোৱা আৰু শীতৰ আগমনৰ লগে লগে অইন বছৰৰ দৰে এইবেলিও দীপৰ বিললৈ আহিছে দেশী বিদেশী পৰিভ্ৰমী পক্ষীৰ জাক । সেই পৰিভ্ৰমী পক্ষীৰ জাকৰ বিনন্দীয়া সৌন্দৰ্য্য, জলকেলি চাবলৈ দীপৰ বিলৰ পাৰত!-->!-->!-->…
নলগাঁও প্ৰাথমিক বিদ্যালয়ত ছয়খন বিদ্যালয়ৰ সামূহিক উৎসৱ উদযাপন
মিৰ্জা : পলাশবাৰী ৰাজহ চক্ৰৰ অধীনৰ নলগাঁও প্ৰাথমিক বিদ্যালয়ত আজি উত্তৰ ভোলাগাঁও সমল কেন্দ্ৰৰ অন্তৰ্গত এই বিদ্যালয়খনৰ লগতে মেধিপাৰা প্ৰাথমিক বিদ্যালয়,গৰগৰা প্ৰাথমিক বিদ্যালয়,দলেপাৰা প্ৰাথমিক বিদ্যালয়,স্বৰ্গীয় ৰামমোহন গোস্বামী শিশু!-->!-->!-->…
IFFI গোৱাত পৰিচালক কেনি বসুমতাৰীৰ প্ৰথমখন বড়ো ছবি ‘বিবো বিনানাও’ৰ প্ৰিমিয়াৰ
গুৱাহাটী/কোকৰাঝাৰ; ২৭ নৱেম্বৰ, ২০২৪: শেহতীয়াকৈ গোৱাত অনুষ্ঠিত হোৱা ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (IFFI) চলচ্চিত্ৰ নিৰ্মাতা কেনি বসুমতাৰীৰ প্ৰথমখন বড়ো ছবি ‘বিবো বিনানাও’ (মাই থ্ৰী চিষ্টাৰ্ছ) প্ৰদৰ্শিত হয়।
ভাৰতীয়!-->!-->!-->!-->!-->…
উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে মিনিমেলি ইনভেচিভ স্পাইন চাৰ্জাৰী কাৰ্যসূচীৰ অধীনত এপ’ল’ হাস্পতাল…
গুৱাহাটী : এক যুগান্তকাৰী সফলতাৰে এপ’ল’ হস্পিতাল গুৱাহাটীয়ে উন্নত নূন্যতম মিনিমেলি ইনভেচিভ স্পাইন চাৰ্জাৰী (MISS) কাৰ্যসূচীৰ অধীনত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো এণ্ড’স্ক’পিক স্পাইন চাৰ্জাৰী সফলতাৰে সম্পন্ন কৰিছে। এই অগ্ৰণী পদ্ধতিটো!-->!-->!-->!-->!-->…
সংগীত সাধনাক জীবনৰ ব্ৰত হিচাপে লৈছে ৰাণীৰ ৰাজাপানীচন্দাৰ উদীয়মান কণ্ঠশিল্পী চিন্ময় ৰাভাই
গুৱাহাটী : পশ্চিম গুৱাহাটীৰ সংগীতৰ জগতখনত শেহতীয়াকৈ এটা চিনাকী নাম হৈছে উদীয়মান কণ্ঠশিল্পী চিন্ময় ৰাভা ( দিয়ান ) । বৰ্ত্তমান গুৱাহাটীৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত স্নাতক মহলাৰ কলা শাখাৰ তৃতীয় চেমিষ্টাৰত অধ্যয়নৰত চিন্ময়ে সৰুৰে!-->!-->!-->!-->!-->…
বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক
আজাৰা ঃ আঘোন মাহ অহাৰ লগে লগেই সোনোৱালী হৈছে অসমৰ খেতি পথাৰ সমূহ । সোনগুটিৰে সোনোৱালী হৈ পৰা আঘোনৰ পথাৰত চহা কৃষক-দাৱনীৰ সীমাহীন ব্যস্ততা। কিন্তু ৰাজ্যৰ আন বহু অঞ্চলৰ দৰে পশ্চিম গুৱাহাটীৰ শালি ধানৰ খেতিৰ বাবে বিখ্যাত বৃহত্তৰ ৰাণী!-->!-->!-->!-->!-->…
২০২৫ চনৰ ভিতৰত এইচডিএফচি বেংকৰ পৰিৱৰ্তন কাৰ্য্যসূচীৰ অধীনত ৩৫০০ বিদ্যালয়ত স্মার্ট শ্রেণী কোঠা…
গুৱাহাটী, ১৫ নৱেম্বৰ, ২০২৪: এইচডিএফচি বেংকৰ চিএচ আৰ (CSR ) পদক্ষেপ " পৰিৱৰ্তন " ৰ অধীনত গুনগত শিক্ষাৰ জড়িয়তে সমগ্ৰ ভাৰত বৰ্ষৰ যুৱক যুৱতী সকলক উন্নীত আৰু সৱলীকৰণ প্রতিশ্রুতি পুনৰ দৃঢ় কৰি শিশু দিৱস উদযাপন কৰে।সমৰ্থিত আৰু নিৰ্বাচিত!-->…