Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Uncategorized
পি এছ বি হেকাথন ‘ফিন’ভেশ্যন ২০২৫’ৰ বিজেতাসকলক এছ বি আই আৰু আই আই টি গুৱাহাটীৰ সন্মান প্ৰদান
গুৱাহাটী, ২৫ আগষ্ট : দেশৰ সৰ্ববৃহৎ বেংক হিচাপে পৰিচিত ভাৰতীয় ষ্টেট বেংক (এছ বি আই)য়ে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান গুৱাহাটীৰ (আই আই টি-জি)ৰ সৈতে অংশীদাৰিত্বৰে পি এছ বি হেকাথন ছিৰিজ ২০২৫ - ফিন’ভেশ্যন এক আড়ম্বৰপূৰ্ণ সম্বৰ্ধনা!-->!-->!-->!-->!-->…
ইউৰেকা ফৰ্বছৰ সৈতে ‘চকাচক ক্লিন হোম’ শক্তি উদযাপন শ্ৰদ্ধা কাপুৰৰ
গুৱাহাটী, ২৬ আগষ্ট: ঘৰুৱা স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ এক বিশ্বাসযোগ্য নাম ইউৰেকা ফৰ্বছে মোহময়ী অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ সৈতে মিলি ফৰ্বছ স্মাৰ্টক্লিন ৰবটিক ভেকুৱাম ক্লিনাৰক কেন্দ্ৰ কৰি আৰম্ভ কৰিছে এক শক্তিশালী নতুন অভিযান।!-->!-->!-->!-->!-->…
গুৱাহাটীত স্মাৰ্ট সুৰক্ষাৰ নতুন পৰিসৰ মুকলি কৰিলে গড্ৰেজে
গুৱাহাটী, ২০আগষ্ট ঃ গুৱাহাটীৰ দ্ৰুতগতিত বৃদ্ধি পোৱা নিৰাপত্তা সমাধানৰ বজাৰত নিজৰ নেতৃত্ব সুদৃঢ় কৰি গড্ৰেজ এণ্টাৰপ্ৰাইজেছ গ্ৰুপৰ ছিকিউৰিটী ছল্যুচন বিজনেছে মুকলি কৰিছে নিজৰ শেহতীয়া ৰেঞ্জৰ প্ৰিমিয়াম, প্ৰযুক্তি-সক্ষম হোম লকাৰ।!-->!-->!-->!-->!-->!-->!-->…
স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন আশীষ কুমাৰ চৌহানৰ
সমগ্র দেশে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা মূহুর্ত্বত দেশৰ প্ৰত্যেক জন নাগৰিকক উদ্দেশ্যি শুভেচ্ছা জ্ঞাপন কৰিছে এন এছ ইৰ চি ই অ 'আশীষ কুমাৰ চৌহানে। এক শুভেচ্ছা বাৰ্তাত তেখেতে কয় যে জাতিৰ উন্নতি আৰু উন্নত ভৱিষ্যতৰ স্বাৰ্থত মাৰ বান্ধি!-->…
এন ই ফ’কাচৰ বৰ্ষপুৰ্তি অনুষ্ঠান
ৰূপান্তৰেহে জগত ধুনীয়া কৰে। পৰিবৰ্তন আৰু ৰূপান্তৰৰ মাজত ব্যৱধান আছে। ডিজিটেল মাধ্যমৰ সমাজ পৰিবৰ্তনৰ ক্ষেত্রত যথেষ্ট কৰণীয় আছে। এন ই ফ'কাচৰ লগত সদায় এটা ইতিবাচক চিন্তা জৰিত হৈ থকা আমি দেখা পাই আহিছো। এই মন্তব্য প্ৰথিতযশা লেখক,!-->!-->!-->…
উত্তৰ-পূব ভাৰতত ‘বিল্ট ফৰ দ্য নেচন ইউনাইটেড বাই দ্য টিৰংগা’ বাইক ৰেলীৰ জৰিয়তে স্বাধীনতা…
গুৱাহাটী, ১৬ আগষ্ট : ভাৰতৰ অন্যতম আগশাৰীৰ চিমেণ্ট নির্মাতা প্রতিষ্ঠান ডালমিয়া চিমেণ্ট (ভাৰত) লিমিটেডে (ডিচিবিএল) 'বিল্ট ফৰ দ্য নেচন ইউনাইটেড বাই দ্য টিৰংগা'ৰ জৰিয়তে দেশৰ ৭৮ এনিভাৰচাৰি অফ ইন্দিপেনডেঞ্চ ডে স্মৰণ কৰে। এই পদক্ষেপৰ!-->!-->!-->!-->!-->…
Slug, 79th Independence Day celebration at Jorabat
সমগ্ৰ ভাৰত বৰ্ষৰ লগত সংগতি ৰাখি আজী যোৰাবাট উন্নয়ন সমিতিয়ে উজ্যাপন কৰে ৭৯ তম স্বাধীনতা দিবস অনুষ্ঠান। আজীৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অৱসৰপ্ৰাপ্ত আই পি এচ বীষয়া উমেশ কুমাৰ লগতে উপস্থিত থাকে প্ৰথম খবৰৰ মুখ্য সম্পাদক!-->!-->!-->…
পলাশবাৰীৰ বঙৰাত মোৰ ৰেচম মোৰ অভিযান” শীৰ্ষক ক্ষেত্ৰ পদৰ্শন অনুষ্ঠান
১৪ আগষ্ট :: গুৱাহাটী খানাপাৰাস্থিত কেন্দ্রীয় ৰেচম বোর্ডৰ উদ্যোগত আৰু জ্ঞান বিজ্ঞান সমিতি কামৰূপ জিলাৰ সহযোগত পলাশবাৰীৰ পলাশবাৰী বঙৰাৰ জনকল্যাণ পুথি ভড়ালৰ প্ৰেক্ষাগৃহত আজি "মোৰ ৰেচন মোৰ অভিযান" শীৰ্ষক এটি ক্ষেত্ৰ প্ৰদৰ্শন অনুষ্ঠান!-->!-->!-->!-->!-->…
টাটা ক্লিক লাক্সাৰীৰ ডিজিটেল বুটিক মুকলি
গুৱাহাটী, ১৩ আগষ্ট: ভাৰতৰ আগশাৰীৰ বিলাসী লাইফষ্টাইল প্লেটফৰ্ম টাটা ক্লিক লাক্সাৰীয়ে ভাৰতৰ অন্যতম বিখ্যাত বিলাসী ব্ৰেণ্ড সব্যসাচী কলকাতাৰ সৈতে একচেটিয়া অংশীদাৰিত্বৰে দেশৰ প্ৰথমখন ডিজিটেল গহনা বুটিক মুকলি কৰাৰ কথা ঘোষণা কৰিছে।!-->!-->!-->!-->!-->…
আই এছ বি টি গুৱাহাটীত বিনামূলীয়াকৈ বহুবিশিষ্ট স্বাস্থ্য শিবিৰৰ আয়োজন পিয়াৰলেছ হস্পিতাল গুৱাহাটীৰ
গুৱাহাটী, ১৩ আগষ্ট : মহানগৰীত নতুনকৈ মুকলি হোৱা ছুপাৰ স্পেচিয়েলিটি হাস্পতাল পিয়াৰলেছ হস্পিতাল গুৱাহাটীয়ে আজি গুৱাহাটীৰ আই এছ বি টিত বিনামূলীয়া বহুবিশিষ্ট স্বাস্থ্য শিবিৰৰ সফলতাৰে আয়োজন কৰে। সমাজক সুলভ স্বাস্থ্যসেৱা সেৱা প্ৰদানৰ!-->!-->!-->!-->!-->…