Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Uncategorized
মহিলা সৱলীকৰণৰ বাবে United way mumbai বেচৰকাৰী সংস্থাৰ প্ৰসংসনীয়
২৮ ফেব্ৰুৱাৰী :: মহিলা সৱলীকৰণ উদ্দেশ্যে দক্ষিণ কামৰূপৰ ভাগৱতীপাৰাত দুদিনীয়া কাৰ্যসূচীৰ বিশেষ পদক্ষেপ। প্ৰায় ৪৪ গৰাকী মহিলাক জীবিকা নিৰ্বাহৰ পথ মোকলাই দিয়াৰ চেষ্টা চলাইছে United way mumbai নামৰ বেচৰকাৰী সংস্থাই। স্বেচ্ছাসেৱী!-->!-->!-->…
ৰেডিচন ব্লু গুৱাহাটীৰ দ্য গ্ৰেট কাবাব ফেক্টৰীত উপভোগ কৰক মোগল দৰবাৰৰ ৰাজকীয় সোৱাদ
গুৱাহাটী, ২৮ ফেব্ৰুৱাৰী, ২০২৫: ৰেডিচন ব্লু গুৱাহাটীৰ দ্য গ্ৰেট কাবাব ফেক্টৰীয়ে খাদ্যপ্ৰেমীসকলৰ বাবে লৈ আনিছে ৰাজকীয় খাদ্যৰ এক অনন্য অভিজ্ঞতা। ৰেডিচন ব্লু গুৱাহাটীৰ মহা আয়োজনত খাদ্যৰসিক অতিথিসকলে মোগল দৰবাৰ ফুড ফিষ্টৰ জৰিয়তে সোৱাদ!-->!-->!-->!-->!-->…
পূৰবী ডেইৰীৰ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত দুগ্ধক্ষেত্ৰত দুগ্ধ প্ৰক্ৰিয়াকৰণ ক্ষমতা দুগুণ কৰাৰ লক্ষ্য
গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী : ‘এডভাণ্টেজ আছাম ২.০’ৰ মঞ্চত সূচনা হৈছে অসমৰ কৃষি আৰু দুগ্ধ উদ্যোগৰ এক নতুন দিগন্ত। ২৬ ফেব্ৰুৱাৰীত স্বাক্ষৰিত দুখন গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তিয়ে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত কৰাৰ লগতে কৃষকৰ বাবে নতুন!-->!-->!-->…
কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সন্মান নিধি বিতৰণ অনুষ্ঠানত পাঁচজন প্ৰগতিশীল কৃষকক সম্বৰ্ধনা…
আজাৰা, ২৬ ফেব্ৰুৱাৰী : ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কৃষক সন্মান নিধিৰ ১৯ সংখ্যক কিস্তিৰ ধন আজি বিহাৰৰ ভাগলপুৰৰ পৰা দূৰ সংবেদনশীল পদ্ধতিৰে কৃষকসকলৰ মাজত পোনপটীয়াকৈ একাউন্টত হস্তান্তৰ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ!-->!-->!-->!-->!-->…
এয়াৰটেল গ্ৰাহকসকলৰ বাবে ভাল খবৰ
গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী : ভাৰতী এয়াৰটেল আৰু এপলে উচ্চ প্ৰশংসিত এপল TV+ ষ্ট্ৰীমিং সেৱা আৰু এপল মিউজিক এয়াৰটেলৰ গ্ৰাহকসকললৈ অনাৰ বাবে এক কৌশলগত অংশীদাৰীত্ব তৈয়াৰ কৰিছে। 999 টকাৰ পৰা আৰম্ভ হোৱা আঁচনিৰ সকলো হোম Wi-Fi গ্ৰাহকে এপল TV+!-->!-->!-->!-->!-->…
মহাবাহুৰ মহাউত্থানৰ বাটকটীয়া মহাকুম্ভ মেলা
গুৱাহাটী, ২১ ফেব্ৰুৱাৰী, ২০২৫: মহাকুম্ভৰ পূৰ্বে প্ৰয়াগৰাজত তিনিটা ভিন্ন গংগা প্ৰবাহ একত্ৰিত কৰি ভক্তসকলৰ বাবে এক নিৰৱচ্ছিন্ন অভিজ্ঞতা নিশ্চিত কৰাৰ এই মহৎ প্ৰয়াস অসমৰ জল বিশেষজ্ঞসকলৰ বাবে ব্ৰহ্মপুত্ৰ ব্যৱস্থাপনাত তেওঁলোকৰ!-->!-->!-->!-->!-->…
সাংবাদিক কবিৰ শইকীয়াৰ গ্ৰন্থ ‘যকৎএ টু জেদ'(যকৃৎ ‘A To Z’ ) উন্মোচন
গুৱাহাটী, ২০ ফেব্ৰুৱাৰী: গুৱাহাটীৰ পল্টন বজাৰস্থিত নন্দন হোটেলত বৃহস্পতিবাৰে হায়দৰাবাদৰ যশোধৰা হাস্পতালৰ বিশেষজ্ঞ চিকিৎসক ডাঃ কে এছ সোমাশেখৰ ৰাওৰ মূল গ্ৰন্থ 'Liver A to Z' ৰ অসমীয়া ৰূপান্তৰ'যকৎ এ টু জেদ' (A To Z ') উন্মোচন কৰা হয়।!-->!-->!-->!-->!-->…
মিৰ্জাত অগপৰ কামৰূপ জিলাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা
*মিৰ্জা,১৯ ফেব্ৰুৱাৰী :* "পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান সপ্তাহ। আমাৰ দলে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰনকৌশল হাতত লৈছে। কামৰূপ জিলাৰ ছয়টা বিধানসভা সমষ্টিটেই দলে তীব্র প্ৰতিদ্বন্দিতা আগবঢ়োৱাটো নিশ্চিত। বৰ্তমানলৈ!-->!-->!-->…
দেউছটালত তিনিদিনীয়াকৈ কার্বি দেহাল পূজা আৰম্ভ
আজাৰা , ১৯ ফেব্ৰুৱাৰী: দীপৰ বিলৰ সমীপৱৰ্তী দেউছটালস্থিত কাৰ্বি দেহাল কাৰ্চিদম আথান চৌহদত ১৭ ফেব্ৰুৱাৰীৰ পৰা কাৰ্বি জনগোষ্ঠীৰ লোকসকলৰ পৰম্পৰাগত কার্বি দেহাল পূজা আৰম্ভ হৈছে। ১৭ ফেব্ৰুৱাৰীৰ দিনা সন্ধিয়া বৈঠকৰে পূজাৰ কাৰ্যসূচীৰ!-->!-->!-->!-->!-->…
ভাৰত ৰঙ্গ মহোৎসৱত অঙ্গনা নাট্য গোষ্ঠীৰ ‘পঞ্চম বেদ’ নাটক মঞ্চস্থ
আজাৰা ,১৮ ফেব্ৰুৱাৰী : ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে দেশজুৰি আয়োজন কৰা ভাৰত ৰঙ্গ মহোৎসৱৰ অংশ হিচাপে 'বিশ্ব জন ৰঙ্গ'ত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখস্থিত অঙ্গনা নাট্য গোষ্ঠীয়ে কামৰূপ জিলাৰ শুৱালকুছি শংকৰ মন্দিৰ প্ৰেক্ষাগৃহত যোৱা!-->!-->!-->!-->!-->…