Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Uncategorized
জালুকবাৰী ঈদগাহ ময়দানত “ঈদ – উজ – আজহা”ৰ সমূহীয়া নামাজ সম্পন্ন
জালুকবাৰী , ৭ জুন : বিশ্বৰ ইছলাম ধৰ্মী লোক সকলৰ পবিত্ৰ ত্যাগৰ উৎসৱ স্বৰূপ ঈদ - উজ - আজহা উপলক্ষে দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো ঈদগাহ ময়দান আৰু মছজিদ সমূহত আজি পুৱাৰ ভাগত সমূহীয়া নামাজ সম্পন্ন হয় । আনহাতে গুৱাহাটীৰ আন আন ঈদগাহ ময়দান!-->!-->!-->!-->!-->…
অসমৰ বজাৰত আত্মপ্ৰকাশ মহিলাৰ দ্বাৰা পৰিচালিত ৰাজ্যৰ নিজা পেকেটযুক্ত খোৱাপানীৰ ব্ৰেণ্ড ‘লুইত…
গুৱাহাটী, ৬ জুন, ২০২৫: অসমৰ মাটিত গঢ় লৈ উঠা ব্ৰেণ্ড ‘লুইত ব্লু’য়ে আনুষ্ঠানিকভাৱে ৰাজ্যখনত মুকলি কৰিছে তেওঁলোকৰ পেকেটযুক্ত খোৱাপানীৰ প্ৰথমটো গোট। ঘৰুৱা ব্যৱহাৰ আৰু যাত্ৰাৰ সময়ত উপযোগী হোৱাকৈ ব্ৰেণ্ডটোৱে প্ৰথমাৱস্থাত বজাৰত মুকলি!-->!-->!-->!-->!-->…
তিনিদিনীয়া কাৰ্যসূচীৰেসীমান্ত চেতনা মঞ্চৰ চলচ্ছিত্ৰ মহোৎসৱৰ আয়োজন
গুৱাহাটী, ৯ মে’ ঃ সমাজৰ বিভিন্ন স্তৰত প্ৰচলিত পৰম্পৰাগত ৰীতি-নীতিসমূহৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ উদ্দেশ্যে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে চলচ্ছিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছে৷ আজি গুৱাহাটীৰ পল্টনবজাৰত!-->!-->!-->!-->!-->…
মঙলদৈৰ চপাই অধমা পাৰা- শালৈ পাৰাত দুই ভাতৃৰ প্ৰশংসনীয় কাৰ্য
৫০ লক্ষাধিক টকাৰে নতুন কৈ নিৰ্মাণ কৰিলে ৰাজহুৱা মন্দিৰ
জালুকবাৰী ৬ মে' শতবৰ্ষ গৰকা মঙলদৈ চপাইৰ নিকটৱৰ্তী অধমাপাৰা - শালৈপাৰা গাঁৱৰ সমীপত থকা বুঢ়া গোঁসাই মন্দিৰ টো ৫০ লক্ষাধিক টকাৰে গুৱাহাটীৰ পদুমবৰী নিবাসী অৱনী কুমাৰ দাস আৰু!-->!-->!-->!-->!-->!-->!-->…
গুৱাহাটীত অৰুণাচল প্ৰদেশৰ গালো জনগোষ্ঠীৰ মপিন উৎসৱ উদযাপন
গুৱাহাটী , ৫ মে' : অসমৰ ধেমাজী জিলাৰ গাতে লগা অৰুণাচল প্ৰদেশৰ ছিয়াং জিলাৰ গালো জনগোষ্ঠীৰ লোকসকলৰ অন্যতম বৃহৎ উৎসৱ হল "মপিন" উৎসৱ । যোৱা ৫ এপ্ৰিলত পূব ছিয়াং জিলাৰ সদৰ আলোত এই উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰিছিল অসমৰ!-->!-->!-->!-->!-->…
অভিজ্ঞানমৰ নতুন নাটক “এ ষ্টুপিড কমন মেন”
গুৱাহাটী : মালিগাঁওৰ অভিজ্ঞানম এ যোৱা কালি ৪ মে ২০২৫ তাৰিখে ৰবিবাৰে সন্ধিয়া ৬.৩০ বজাত গুৱাহাটীৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰ্জাতিক প্ৰেক্ষাগৃহত প্ৰদৰ্শন কৰে অভিজ্ঞানমৰ নতুন নাটক “এ ষ্টুপিড কমন মেন"। পুৰ্বতে ৰনহাং চৌধুৰীৰ পৰিচালনাত!-->!-->!-->!-->!-->…
ৰস্নাই বিশ্বমানৰ প্রথম সুসমৃদ্ধ,ডাঠ আৰু সুস্বাদু পাউডাৰ কনচেন্ট্ৰেট মুকলি
গুৱাহাটী, ১৯ মাৰ্চ, ২০২৫: ভাৰতীয় পৰিয়ালৰ প্ৰজন্মৰ পিছৰ প্ৰজন্মৰ প্ৰিয় পানীয় ৰস্নাই এক অনন্য আৰু নব্য সামগ্রী মুকলি কৰিছে--"ৰস্না ৰিচ"--এয়া এটা কনচেন্ট্ৰেট পাউডাৰ, যিটো মাথো সোৱাদেৰে সুসমৃদ্ধ নহয় বৰং সুস্বাদু তথা সম্পূর্ণভাবে শৰীৰৰ!-->!-->!-->…
৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে, বিএম বিৰলা হাৰ্ট হস্পিতালে চতুৰ্থ অত্যাধুনিক কেএথ লেব মুকলি কৰিলে।
গুৱাহাটী, ১৩ মাৰ্চ ২০২৫: চিকে বিৰলা হস্পিতাল বিএম বিৰলা হাৰ্ট হস্পিতালে নিজৰ ৩৫ সংখ্যক বাৰ্ষিকী উদযাপন কৰি, আধুনিক হৃদৰোগ চিকিৎসাৰ ক্ষেত্ৰত নিৰৱিচ্ছিন্ন উৎকৃষ্টতাৰ পৰম্পৰা উদযাপন কৰিছে। বছৰবোৰত, এই হস্পিতালে নৈতিক চিকিৎসা প্ৰথা আৰু!-->!-->!-->!-->!-->…
ভি-মাৰ্ক ইণ্ডিয়াৰ কেবোলজাত সামগ্রী মুকলি
গুৱাহাটী, ৮ মাৰ্চ,২০২৫: ভাৰতৰ তাঁৰ আৰু কেবোলজাত সামগ্রী নিৰ্মাতা ভি-মাৰ্ক ইণ্ডিয়া লিমিটেডে গুৱাহাটীলৈকে ব্যৱসায়ৰ সম্প্রসাৰণৰ পৰিকল্পনাৰ বিষয়ে ঘোষণা কৰিছে। প্ৰযুক্তি আৰু উদ্ভাৱনৰ আকৰ্ষণৰ বাবে পৰিচিত গুৱাহাটী হৈছে ভি-মাৰ্কৰ শেহতীয়া পৰিসৰৰ!-->…
“আন্ত:ৰ্জাতিক পুতুল নাট্য উৎসৱ ২০২৫” ত বিনীতা দেৱীৰ পৰিচালনাত “ৰাৱণ বধ”ৰ সফল…
কলিকতাৰ "বর্ধমান দ্যা পাপেটিয়াৰ্ছে" যোৱা ২৮ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চলৈ "আন্তৰ্জাতিক পুতুল নাট্য উৎসৱ ২০২৫", ষষ্ঠ পুতুল খেলা লোকমঞ্চ বর্ধমান আৰু গোবৰডাঙা সংস্কৃতি কেন্দ্ৰত চাৰিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ যায়। যোৱা ১ আৰু ৩!-->!-->!-->!-->!-->…