Browsing Category

Uncategorized

কামৰূপ জিলাৰ বিদায়ী আৰক্ষী অধীক্ষক পাৰ্থসাৰথি মহন্তক সম্বৰ্ধনা

অসম চৰকাৰৰ গৃহ বিভাগে পহিলা জানুৱাৰীত এক নিৰ্দেশ যোগে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক আৰু ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া পাৰ্থসাৰথি মহন্তক উপ মহাপৰিদৰ্শক (ডি.আই. জি) পদলৈ পদোন্নতি দিয়াৰ পাছত আমিনগাঁওস্থিত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সভাগৃহত

আৰম্ভ হল একাদশ বাৰ্ষিক চানডুবি উৎসৱ

প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ চানডুবি। চৌপাশে সেউজীয়া পাহৰৰে আৱৰা এখন অৰণ্য। যত গছেও কথা কয়, গভীৰ জলৰাশীৰ বুকুত লুকাই আছে ৰহস্যময় মাদকতা। সেয়াই দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলত উজলি থকা চানডুবি বিল। পৰম্পৰাগত লোকনৃত্য,

বৃদ্ধাশ্ৰমৰ আবাসীক এন চি চিৰ নৌ শাখাৰ কেডেটৰ সহায়ৰ হাত

ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ (এন চি চি) গুৱাহাটী গ্ৰুপৰ অধীনৰ নৌ শাখাৰ গুৱাহাটীস্থিত ৪৮ আসাম নেভেল ইউনিটৰ কেডেট সকলে ইয়াৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অংশহিচাপে ৩১ ডিচেম্বৰত চানমাৰিৰ গণসাৰথি বৃদ্ধাশ্ৰমত আবাসী সকলৰ মাজত সাহাৰ্য সামগ্ৰী বিতৰণ

টিহুৰ পামৈপাৰাত ডাঃ বাণীকান্ত ভট্টাচাৰ্যৰ সোঁৱৰণত স্বাস্থ্য সজাগতা সভা আৰু বিনামূলীয়া হোমিও চিকিৎসা…

টিহু মহকুমাৰ পামৈপাৰাত ২০২০ চনৰ শেষ দিনটোত প্ৰবীন হোমিওপ্যাথিক চিকিৎসক, সমাজকৰ্মী ডাঃ বাণীকান্ত ভট্টাচাৰ্যৰ সোঁৱৰণত এক স্বাস্থ্য সজাগতা সভা আৰু বিনামূলীয়া হোমিও চিকিৎসা সম্পন্ন হয় ৷ সুখ, দুখ, হাঁহি কান্দোনৰ মাজেৰে দেশবাসীয়ে এটা বছৰক

অসম মহিলা অভিযন্তা সন্থাৰ উদ্যোগত কভিড সজাগতা কাৰ্যসূচী

অসম মহিলা অভিযন্তা সন্থা (Women Engineers' Forum of Assam)ৰ উদ্যোগত আৰু পাঞ্জাৱ নেশ্যনেল বেঙ্কৰ সহযোগিতাত অলপতে গুৱাহাটীৰ পানবজাৰ উচ্চ মাধ্যমিক বিদ্যালয়, তাৰিণী চৌধুৰী উচ্চ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়কে আদি কৰি গাৰ্লচ পলিটেকনিক

ভাৰতীয় পেনোৰামাৰ মূল শাখালৈ অসমীয়া চিনেমা

৫১ সংখ্যক ভাৰতীয় পেনোৰামাৰ মূল প্ৰতিযোগিতা শাখালৈ অসমীয়া চিনেমা 'ব্ৰীজ'। কৃপাল কলিতা পৰিচালিত চিনেমা 'ব্ৰীজ'ৰ পূৰ্বে এই সন্মান লাভ কৰিছিল 'ভিলেইজ ৰকষ্টাৰ্ছ' আৰু 'অদাহ্য'ই। শেহতীয়াকৈ গোল্ডেন জুৰী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱতো সামাজিক

হেলথ্‌ চিটী হাস্পতালৰ তৰফৰ পৰা কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

অসম প্ৰকাশন পৰিষদৰ ৩৩ তম গুৱাহাটী গ্ৰন্থমেলাৰ উন্মোচনী অনুষ্ঠানত হেলথ্‌ চিটী হাস্পতাল পৰিয়ালৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, সন্মানীয় অতিথি ত্ৰিপুৰাৰ প্ৰাক্তন ৰাজ্যপাল তথাগত ৰায়, বিশিষ্ট অতিথি য়েছে দৰজে ঠংছি, অসম

চি আৰ পি এফৰ উদ্যোগত ৰাণীত যাত্ৰীৰ জিৰণি উদ্ধোধন

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি.আৰ.পি. এফৰ পশ্চিম গুৱাহাটীৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানে সামাজিক দায়বদ্ধতা আঁচনিৰ অংশহিচাপে ৰাণী খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সন্মুখত ৰাইজৰ সুবিধাৰ বাবে যাত্ৰীৰ জিৰণি চৰাটো আজি উদ্ধোধন কৰে।

অসমৰ হাজোত স্থাপন হ'ব দেশৰ প্ৰথমখন দিব্যাংগ বিশ্ববিদ্যালয় ৰাজ্যৰ বাহিৰত থাকিও ৰাজ্যখনৰ কল্যাণৰ বাবে যিসকলে নীৰৱে কাম কৰি আছে তেওঁলোকৰ ভিতৰত অন্যতম হ'ল শকুন্তলা দলে গামলিন। অসম জীয়ৰি আৰু অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত