Browsing Category

Uncategorized

এক্ট’পিক প্ৰেগনেন্সীৰ বাবে সংকটজনক অৱস্থাত থকা এগৰাকী ২৫ বৰ্ষীয় মহিলাৰ প্ৰাণৰক্ষা পিয়াৰলেছ হাস্পতালৰ

গুৱাহাটী, ১৬ জুলাই : পূব ভাৰতৰ অন্যতম আগশাৰীৰ মাল্টি স্পেচিয়েলিটি টাৰ্চিয়েৰী কেয়াৰ হাস্পতাল পিয়াৰলেছ হাস্পতালে শেহতীয়াকৈ এগৰাকী ২৫ বছৰীয়া মহিলাৰ জীৱন ৰক্ষা কৰি এক নজিৰ গঢ়ি তুলিছে। এক্ট’পিক গৰ্ভাৱস্থাৰ বাবে সংকটজনক অৱস্থাত

সাধাৰণ মানুহৰ বাবে ‘গেৰাণ্টেড বচত প্লেন’- ভাৰতৰ বাবে এক সহজ আৰু নিৰ্ভৰযোগ্য সমাধান মুকলি ভাৰতী এক্সা…

গুৱাহাটী, ১৪ জুলাই ২০২৫: দেশৰ অন্যতম আগশাৰীৰ ব্যক্তিগত জীৱন বীমা কোম্পানী ভাৰতী এক্সা লাইফ ইন্স্যুৰেন্সে আজি ঘোষণা কৰে কোম্পানীটোৰ নতুন ফ্লেগশ্বিপ জীৱন বীমা আঁচনি- *ভাৰতী এক্সা লাইফ গেৰাণ্টেড বচত প্লেন। উল্লেখ্য যে, এক সহজ,

অধিক স্বাভাৱিক আৰু দীৰ্ঘস্থায়ী গাঁঠি প্ৰতিস্থাপনত বিপ্লৱৰ সূচনা ৰবটিক প্ৰযুক্তিৰ

গুৱাহাটী, ১০ জুলাই, ২০২৫: গাঁঠিৰ বিষক এটা সময়ত গণ্য কৰা হৈছিল সক্ৰিয় জীৱন যাপনত এক অপ্ৰতিৰোধ্য বাধা হিচাপে। কিন্তু সময়ৰ লগে লগে এতিয়া সলনি হৈছে দৃশ্যপট। আধুনিক অস্থিৰোগ চিকিৎসাৰ অগ্ৰগতি, বিশেষকৈ ‘এক্টিভ ৰবটিক জয়েন্ট ৰিপ্লেচমেণ্ট’

ফ্ৰে্ঙ্কলিন টেম্পলটনে ফ্ৰে্ঙ্কলিন ইণ্ডিয়া মাল্টি এচেট এলোকেচন ফাণ্ড মুকলি

গুৱাহাটী, ১০ জুলাই ২০২৫: ফ্ৰে্ঙ্কলিন টেম্পলটনে (ভাৰতবৰ্ষ) আজি ঘোষণা কৰে যে,ঋণ আৰু পণ্যৰ ক্ষেত্ৰত বিনিয়োগ কৰা ইয়াৰ মুক্ত মাল্টি এচেট এলোকেচন ফাণ্ডৰ (এফ আই এম এ এ এফ) অপেন-ইনডেদ বহু সম্পত্তি আবণ্টন মুকলি অনুষ্ঠান। গতিশীলতাৰে পৰিচালিত

এন ই ফ’কাছৰ উদ্যোগ’ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’…

ব্ৰহ্মপুত্ৰ নদী আমাৰ জীৱন ৰেখা। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ভিত্তি কৰিয়েই দেশৰ অৰ্থনীতি, জলসম্পদ আৰু জৈৱ বৈচিত্ৰ্য, পৰিৱেশ তন্ত্ৰ, নৈপৰীয়া লোকৰ বৃত্তিগত প্ৰৱণতা যুগ যুগ ধৰি চলি আহিছে। এই ব্ৰহ্মপুত্ৰৰ প্ৰসংগ তথা গুৰুত্ব বুজিয়েই এন ই

১৪ জুলাইৰ পৰা পৰা আজাৰাত পাঁচদিনীয়াকৈ শ্ৰী শ্ৰীমনসা পূজাৰ আয়োজন

আজাৰা , ৮ জুলাই : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ দীপৰ বিলৰ কাষৰীয়া আজাৰা কেওটপাৰাত ১৯৭৩ চনত প্ৰতিষ্ঠা কৰা শ্ৰী শ্ৰী মা মনসা মন্দিৰত নাগ পঞ্চমী তিথিৰ লগত সংগতি ৰাখি বিগত বৰ্ষৰ দৰে এইবেলিও অহা ১৪ জুলাইৰ পৰা ১৮ জুলাইলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে

লঘু বাণিজ্যিক বাহন শাখাত সৰ্বাধিক মাইলেজ আৰু সৰ্বাধিক লাভৰ নিশ্চয়তাৰে বজাৰত আত্মপ্ৰকাশ মহিন্দ্ৰা…

গুৱাহাটী; ৮ জুলাই: দেশৰ বাণিজ্যিক বাহনৰ জগতখনত এক নতুন অধ্যায়ৰ সূচনা কৰি মহিন্দ্ৰা গ্ৰুপৰ সহযোগী প্ৰতিষ্ঠান মহিন্দ্ৰা ট্ৰাক এণ্ড বাছে (এম টি বি) আজি আনুষ্ঠানিকভাৱে মুকলি কৰিছে মহিন্দ্ৰা ফিউৰিঅ’ ৮। উল্লেখ্য যে, আধুনিক প্ৰযুক্তিৰে

লোহিয়া গ্ৰুপৰ এক্সেলেঞ্চ ইন ৰিইমাজিনিং লিগেচি ব্ৰেণ্ড বঁটা লাভ

গুৱাহাটী, ৮ জুলাই: উত্তৰ-পূৰ্বাঞ্চলৰ এটি অগ্রণী একত্র গ্রুপ লোহিয়া গ্রুপে ইটি নাও ফেমিলি বিজিনেছ ছামিট এণ্ড এবার্ড ২০২৫ শাখাত সন্মানিত এক্সলেঞ্চ ইন ৰিইমাজিনিং লিগেচি ব্ৰেণ্ড বঁটা লাভ কৰিছে। এই বঁটাই গ্ৰুপটোৰ বলিষ্ঠ দার্শনিক

ৰ’দালি শতদল শাখা , গোৱালপাৰা সাহিত্য সভাৰ দ্বি- বাৰ্ষিক অধিবেশন সম্পন্ন

নগেন তলুকদাৰ , নলবাৰী : নলবাৰী জিলাৰ ৰ‘দালি শতদল শাখা ( গোৱালপাৰা ) সাহিত্য সভাৰ দ্বি- বাৰ্ষিক অধিবেশনখন ২৯ জুনত সফলতাৰে সম্পন্ন হৈ যায় ! ২৭ নং বলোৱা - গংগাপুৰ গাঁও পঞ্চায়তৰ" সভাগৃহত পুৱা ১০ বজাত শাখাটোৰ সভাপতি ৰমেশ কুমাৰ হালৈৰ

গুৱাহাটীত স্থায়ী সেৱা কেন্দ্ৰ মুকলি পঞ্জাৱৰ লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটীৰ

গুৱাহাটী; ৪ জুলাই: উত্তৰ-পূৰ্বাঞ্চলৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ সপোনৰ পথ মুকলি কৰি পঞ্জাৱৰ লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটী (এল পি ইউ)য়ে গুৱাহাটীৰ আমবাৰীত মুকলি কৰিছে তেওঁলোকৰ এক স্থায়ী সেৱা কেন্দ্ৰ। আমবাৰীৰ ৰবীন্দ্ৰ ভৱনৰ বিপৰীত দিশত