চানডুবি উৎসৱৰ বাকৰিত কিশোৰ কুমাৰ কলিতাৰ উপন্যাস ‘কথকতা’ উন্মোচন
অসম ভূমি সেৱা, আজাৰাঃ পহিলা জানুৱাৰীৰ দিনা চানডুবি উৎসৱৰ বাকৰিত উন্মোচন কৰা হ’য় কবি- উপন্যাসিক- গল্পকাৰ- প্ৰৱন্ধকাৰ- গীতিকাৰ কিশোৰ কুমাৰ কলিতাৰ উপন্যাস ‘কথকতা’৷ এই উপন্যাসখন উন্মোচনী অনুষ্ঠানত উন্মোচক হিচাপে উপস্থিত থাকে অসম!-->!-->!-->!-->!-->…