বৰঝাৰ বিমানবন্দৰত জৰুৰীকালীন অনুশীলন “ৰাইন”তপ্ৰদৰ্শন কৰা হল দুৰ্ঘটনাগ্ৰস্ত বিমানৰ জৰুৰী অবতৰণ
আজাৰা ,২১ ডিচেম্বৰ : গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ২০ ডিচেম্বৰত "ৰাইন" ২০২৪ শীৰ্ষক এক জৰুৰীকালীন অনুশীলন অনুষ্ঠিত হয় । অনুশীলনত বিমান বন্দৰ কৰ্তৃপক্ষৰ উপৰিও বিমান নিয়ন্ত্ৰণ কৰ্তৃপক্ষ, প্ৰথম!-->!-->!-->…