৩০ জানুৱাৰীত ১৪ সংখ্যক চেট ৱেট মেগা মিষ্টাৰ নৰ্থ ইষ্ট গ্ৰেণ্ড ফিনালেৰ আয়োজন
গুৱাহাটী, ২৫ জানুৱাৰী : উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ ফেশ্বন আৰু প্ৰতিযোগিতামূলক অনুষ্ঠানৰ আয়োজক মেগা এণ্টাৰটেইনমেণ্ট সাজু হৈছে ১৪ সংখ্যক চেট ৱেট মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ গ্ৰেণ্ড ফিনালে আয়োজনৰ বাবে। উল্লেখযোগ্য যে, অহা ৩০ জানুৱাৰীত!-->!-->!-->!-->!-->…