৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিত আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ
ৰাজ্যৰ ৯ এপ্ৰিলত ১৬ সংখ্যক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পিছতেই তামুলপুৰৰ জিলা ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰৰ তীব্ৰতৰ হৈ পৰা পৰিলক্ষিত হৈছে। সমষ্টিটোৰ ৮ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী!-->!-->!-->!-->!-->…