গুৱাহাটীৰ এটি পৰিয়ালে ব্যক্ত কৰিলে জটিল কৰ্কট ৰোগৰ চিকিৎসালয়ভিত্তিক পেলিয়েটিভ কেয়াৰৰ অভিজ্ঞতা
গুৱাহাটী, ১২ মাৰ্চঃ যকৃতৰ কৰ্কট ৰোগে জটিল ৰূপ ধাৰণ কৰা মাতৃক যন্ত্ৰণামুক্ত চিকিৎসাৰ বাবে গুৱাহাটীৰ পিয়েৰলেচ হাস্পতালত ভৰ্তি কৰোৱাৰ পাছত চিকিৎসালয়ভিত্তিক পেলিয়েটিভ কেয়াৰৰ এক বিশেষ অভিজ্ঞতা শেহতীয়াকৈ ব্যক্ত কৰিছে চহৰখনৰ এটা!-->!-->!-->!-->!-->…