উত্তৰ-পূবৰ বজাৰত ৰয়েলঅ’ক ফাৰ্নিচাৰৰ শক্তিশালী পদাৰ্পণ; গুৱাহাটীত দ্বিতীয়টো ফ্লেগশ্বিপ ষ্ট’ৰ মুকলি
গুৱাহাটী, ২৫ ফেব্ৰুৱাৰী : আধুনিকতা আৰু আৰামৰ এক অপূৰ্ব সমন্বয় ঘটাই ভাৰতৰ এক নম্বৰ আচবাব ব্ৰেণ্ড ‘ৰয়েলঅ’ক ফাৰ্নিচাৰে’ শেহতীয়াকৈ গুৱাহাটীৰ ধাৰাপুৰত মুকলি কৰে প্ৰতিষ্ঠানটোৰ দ্বিতীয়টো বিশাল ফ্লেগশ্বিপ ষ্ট’ৰ। অসমৰ হৃদপিণ্ড গুৱাহাটীত!-->!-->!-->!-->!-->…