Monthly Archives

January 2026

পঞ্চম নৰ্থ-ইষ্ট ফুডটেক ২০২৬ৰ শুভ উদ্বোধন; খাদ্য আৰু আতিথ্য খণ্ডৰ বিকাশৰ সম্ভাৱনীয়তা প্ৰদৰ্শন

অঞ্চলটোৰ আগশাৰীৰ খাদ্য আৰু আতিথ্য খণ্ডৰ বি-টু-বি এক্সপ’ত ৮০ খনৰো অধিক ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আৰু ৭,০০০ ব্যৱসায়িক দৰ্শকৰ অংশগ্ৰহণৰ সম্ভাৱনা গুৱাহাটী, ২৯ জানুৱাৰী : উত্তৰ-পূৰ্বাঞ্চলৰ খাদ্য সংসাধন তথা আতিথ্য উদ্যোগৰ পৰিসৰ বৃদ্ধি

ওড়িশা পৰৱ: কলা, সোৱাদ আৰু ঐতিহ্যৰ জৰিয়তে গুৱাহাটীত ওড়িশাৰ চিৰন্তন সত্তাৰ প্ৰদৰ্শন

গুৱাহাটী, ২৯ জানুৱাৰী : ওড়িশা চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত আৰু উদ্যোগিক অংশীদাৰ এফ আই চি চি আইৰ সহযোগত আজি গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত এক সংবাদমেল অনুষ্ঠিত হয়। ৰাজ্যখনৰ সজীৱ ঐতিহ্য, কলা, খাদ্য সম্ভাৰ আৰু পৰ্যটনৰ আকৰ্ষণসমূহ উদযাপনৰ

পৰ্যটন অৰ্থনীতিৰ ব্যাপক পৰিকল্পনাৰে সাজু মিজোৰামঃ ৩৯৫ কোটি টকাৰ আন্তঃগাঁথনি, ১৪৫ শতাংশ বিকাশ আৰু…

পৰ্যটকক দীঘলীয়া সময়ৰ বাবে আকৰ্ষণৰ লক্ষ্যৰে 'মিজোৰাম টুৰিজিম ইভেন্ট কেলেণ্ডাৰ ২০২৬' মুকলি মিজোৰামৰ আইজল আন্তৰ্জাতিক হাফ মাৰাথনে ভাৰতৰ ক্ৰীড়া পৰ্যটনৰ মানচিত্ৰত শক্তিশালী ৰূপত উপস্থাপন কৰিব মিজোৰামক, অংশগ্ৰহণ কৰিব

২২–২৮ জানুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব ১৫ সংখ্যক পূব হিমালয়ান বাণিজ্য মেলা আৰু দ্বিতীয় পূব…

গুৱাহাটী, ২১ জানুৱাৰী : ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ ইণ্ডিয়া ট্ৰেড প্ৰমোচন অৰ্গেনাইজেশ্যনে (আই টি পি অ’) ২০২৬ চনৰ ২২ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ গুৱাহাটীৰ চান্দমাৰীস্থিত অসম অভিযান্ত্ৰিক ইনষ্টিটিউট খেলপথাৰত

আজাৰা বৈদ্যুতিক উপ সংমণ্ডল বিষয়াক ৪ নং ধাৰাপুৰ গাঁও পঞ্চায়তৰ উপ সভানেত্ৰী মৌচুমী দাসৰ স্মাৰক পত্ৰ…

গুৱাহাটী, ২০ জানুৱাৰী : ৪ নং ধাৰাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৮ নং ৱাৰ্ডৰ জঙ্গৰাবৰী চুবুৰীৰ ব্ৰহ্মপুত্ৰৰ কাষেৰে শ্লুইজগেটলৈ অহা মূল পথৰ মাজভাগত থকা বিদ্যুৎৰ খুটা, ট্ৰান্সফৰ্মাৰ সংলগ্ন খুটা,১১০০০ ভল্টৰ তাৰসমুহ উচ্চতাত ৰখা,

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতা ;আজাৰাত মেট্ৰিক পৰীক্ষাৰ্থীক বিনামূলীয়াকৈ টেষ্ট…

আজাৰা ,২০ জানুৱাৰী : নৱগঠিত জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত আজাৰা গাঁও পঞ্চায়ত এলেকাৰ এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত বিনামূলীয়াকৈ টেষ্ট

৭৭সংখ্যক গণৰাজ্য দিৱসত সম্পূৰ্ণ সেৱা মাহৰ কাৰ্যসূচী কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ

গুৱাহাটী, ১৯ জানুৱাৰীঃ দেশৰ আগন্তুক ৭৭সংখ্যক গণৰাজ্য দিৱস উপলক্ষে পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ তত্বাৱধানত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত ২৬জানুৱাৰীৰ পৰা সম্পূৰ্ণ জনসেৱা মাহৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷

লংকেশ্বৰ ধামত শ্ৰী শ্ৰী গনেশ পূজাৰ আয়োজন

জালুকবাৰী , ১৯ জানুৱাৰী : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ শ্ৰী শ্ৰী লংকেশ্বৰ ধামৰ নামনিত থকা গনেশ মন্দিৰত অহা ২২ জানুৱাৰীত বৰদা চতুৰ্থীৰ লগত সংগতি ৰাখি শ্ৰী শ্ৰী গণেশ পূজাৰ আয়োজন কৰা হৈছে । শ্ৰী শ্ৰী লংকেশ্বৰ ধাম আঞ্চলিক পৰিচালনা কমিটিৰ

অসমত বিজেপিৰ ভেটি শক্তিশালী কৰিছে মহিলাসকলে, কিন্তু আৰু অধিক স্থানৰ প্ৰয়োজন আছে: অপৰাজিতা ভূঞা

গুৱাহাটী; ১৭ জানুৱাৰী : অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত ভাৰতীয় জনতা পাৰ্টিৰ জয়যাত্ৰাক তৃণমূল পৰ্যায়ত ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত মহিলা শক্তিৰ অৱদান বৰ্তমান সময়ত অনস্বীকাৰ্য হৈ পৰিছে। বিজেপিৰ জ্যেষ্ঠ নেত্ৰী অপৰাজিতা ভূঞাই কয় যে যদিও অসমত

অসমৰ দুগ্ধ খণ্ডত পূৰবী ডেইৰীৰ দ্ৰুত সম্প্ৰসাৰণ; মাঘ বিহুৰ আনন্দৰ মাজতে সফল বৰ্ষ উদযাপন

গুৱাহাটী, ১২ জানুৱাৰী : প্ৰতিটো অসমীয়া পৰিয়ালৰ পদূলিলৈ সুখ আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই অনা মাঘ বিহুৰ এই জীপাল ক্ষণতে অসমৰ দুগ্ধ খণ্ডত এক নব্য জোৱাৰৰ সূচনা কৰিছে পূৰবী ডেইৰীয়ে। উত্তৰ-পূব ভাৰতৰ বৃহত্তম দুগ্ধ সমবায় পূৰবী ডেইৰীয়ে