এন ই ফ’কাছৰ উদ্যোগ’ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’…
ব্ৰহ্মপুত্ৰ নদী আমাৰ জীৱন ৰেখা। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ভিত্তি কৰিয়েই দেশৰ অৰ্থনীতি, জলসম্পদ আৰু জৈৱ বৈচিত্ৰ্য, পৰিৱেশ তন্ত্ৰ, নৈপৰীয়া লোকৰ বৃত্তিগত প্ৰৱণতা যুগ যুগ ধৰি চলি আহিছে। এই ব্ৰহ্মপুত্ৰৰ প্ৰসংগ তথা গুৰুত্ব বুজিয়েই এন ই!-->!-->!-->!-->!-->…