বিশ্ব ষ্ট্ৰোক দিৱসৰ সৈতে সংগতি ৰাখি ‘গোল্ডেন আৱাৰ’ৰ ওপৰত গণ সজাগতা অভিযান মুকলি পিয়াৰলেছ হাস্পতাল…
গুৱাহাটী, ২৯ অক্টোবৰ : বিশ্ব ষ্ট্ৰোক দিৱস উপলক্ষে পিয়াৰলেছ হাস্পতাল গুৱাহাটীয়ে বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলত জৰুৰীকালীন চিকিৎসা সেৱাত ‘গোল্ডেন আৱাৰ’ৰ জীৱন ৰক্ষাকাৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিশেষকৈ!-->!-->!-->!-->!-->…