গুৱাহাটীত স্মাৰ্ট সুৰক্ষাৰ নতুন পৰিসৰ মুকলি কৰিলে গড্ৰেজে
গুৱাহাটী, ২০আগষ্ট ঃ গুৱাহাটীৰ দ্ৰুতগতিত বৃদ্ধি পোৱা নিৰাপত্তা সমাধানৰ বজাৰত নিজৰ নেতৃত্ব সুদৃঢ় কৰি গড্ৰেজ এণ্টাৰপ্ৰাইজেছ গ্ৰুপৰ ছিকিউৰিটী ছল্যুচন বিজনেছে মুকলি কৰিছে নিজৰ শেহতীয়া ৰেঞ্জৰ প্ৰিমিয়াম, প্ৰযুক্তি-সক্ষম হোম লকাৰ।!-->!-->!-->!-->!-->!-->!-->…