“আন্ত:ৰ্জাতিক পুতুল নাট্য উৎসৱ ২০২৫” ত বিনীতা দেৱীৰ পৰিচালনাত “ৰাৱণ বধ”ৰ সফল…
কলিকতাৰ "বর্ধমান দ্যা পাপেটিয়াৰ্ছে" যোৱা ২৮ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চলৈ "আন্তৰ্জাতিক পুতুল নাট্য উৎসৱ ২০২৫", ষষ্ঠ পুতুল খেলা লোকমঞ্চ বর্ধমান আৰু গোবৰডাঙা সংস্কৃতি কেন্দ্ৰত চাৰিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ যায়। যোৱা ১ আৰু ৩!-->!-->!-->!-->!-->…