Yearly Archives

2021

গুৱাহাটীত ৰাজ্যৰ দুচকীয়া বাহন চালনাৰ প্রথমখন সুৰক্ষা মূলক শিক্ষা কেন্দ্ৰ মুকলি

কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহন মন্ত্ৰণালয়ৰ নিৰ্দেশনা অনুসৰি দেশৰ আন ৰাজ্যৰ লগতে অসমতো পৰিবহন বিভাগৰ উদ্যোগত ১৮ জানুৱাৰীৰ পৰা "পথ সুৰক্ষা - জীৱন ৰক্ষা" বাণীৰে মাহজোৰা কাৰ্যসূচীৰে চলি আছে " ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ "। মূলত পথ দুর্ঘটনাৰ সংখ্যা

পলাশবাৰীৰ আমৰাঙ্গা বৰিহাটত দ্বিতীয় বাৰ্ষিক ঐছাঁ নাট মহোৎসৱ

পলাশবাৰীৰ আমৰঙ্গা বৰিহাট অগ্ৰণী সাহিত্য সংস্কৃতিৰ অনুষ্ঠান 'ঐক্যতান' আৰু 'ছাঁ' ই অনুষ্ঠিত কৰি আহিছে 'ঐছাঁ' নাট মহোৎসৱ। যোৱা বৰ্ষত ক'ৰণা মহমাৰীৰ পৰিপেক্ষিতত উক্ত নাট মহোৎসৱ বাতিল কৰা হৈছিল। বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সম্পৰ্ণ

বৰদুৱাৰ বাগানত স্মৃতিচাৰণ অনুষ্ঠান

কামৰূপ জিলাৰ পলাশবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰদুৱাৰ বাগানত ১৭ জানুৱাৰীত সদ্যপ্ৰয়াত বিষ্ণুৰাভাৰ সংগ্ৰামী সতীৰ্থ সত্যনাথ ৰাভা আৰু অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী চুলেমান হুছেইনৰ স্মৃতিচাৰণ সভা এখনি অনুষ্ঠিত হৈ যায় ৷ সমন্বয় সুৰক্ষা

উপৰহালীত ভোগালী বিহু উদযাপন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোগৰ উৎসৱ ভোগালী বিহু ভিন্ন ধৰণে উদযাপন কৰিছে। পলাশবাৰী সমষ্টিৰ উপৰহালী ৰাইজ গয়ৰহে বিগত বৰ্ষবোৰৰ দৰে এইবেলিও ব্যতিক্ৰমী ধৰণে উদযাপন কৰিলে ভোগালী বিহু উৎসৱ। ১৪ জানুৱাৰীৰ ৰাতিপুৱা ৯ বজাত ৰাইজ গয়ৰহৰ মেজি প্ৰজ্বলন কৰে

Amazonৰ সৈতে Airtel ৰ বিশেষ অফাৰ

প্ৰতিজন ভাৰতীয়ৰ বাবে উচ্চ মানদণ্ডৰ মনোৰঞ্জনৰ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰাৰ প্ৰচেষ্টা ত্বৰান্বিত কৰা, প্ৰাইম ভিডিঅ' ম'বাইল এডিছন আৰম্ভ কৰিছে এমাজনে । গ্ৰাহকক ম'বাইল- অনলী প্ৰাইম ভিডিঅ' পৰিকল্পনা প্ৰদান কৰা ভাৰত বিশ্বৰ প্ৰথম এমাজ'ন প্ৰাইম দেশ ।

অসম জাতীয় পৰিষদত যোগ দিব যুৱ উদ্যোগী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ডিজাইনাৰ উৎপল বনিয়াই

অহা ১৬ জানুৱাৰীত অজাপৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু ৮২নং ৰহা বিধানসভা সমষ্টি সমিতিৰ সহযোগত নগাঁও জিলাৰ কচুৱা তিনিআলিৰ জাতীয় বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ'বলগীয়া এখন বিশাল গণ সমাৱেশত অসম জাতীয় পৰিষদ দলত যোগদান কৰিব নগাঁৱৰ বিশিষ্ট যুৱ

উপৰহালীত গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানত উদ্যোগীয় দক্ষতা বিকাশ প্ৰশিক্ষণৰ সামৰণি

পলশাবাৰীৰ উপৰহালীস্থিত অসম গ্ৰামীণ বেংক গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ছয় দিনীয়া সাধাৰণ উদ্যোগীয় দক্ষতা বিকাশ প্ৰশিক্ষণৰ সফল সামৰণি পৰে। এই উপলক্ষে আয়োজন কৰা প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানটোৰ সঞ্চালনা কৰে প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ