Year: 2021

এইচডিএফচি বেংকক ভাৰতৰ শ্ৰেষ্ঠ এছএমই বেংকৰ সন্মান এছিয়ামানিৰ

এইচডিএফচি বেংকে এছিয়ামনিৰ শ্ৰেষ্ঠ বেংক এৱাৰ্ড ২০২১ লাভ কৰিছে। বেংকটোক এছিয়ামানিৰ দ্বাৰা ‘এছএমইৰ বাবে ভাৰতৰ শ্ৰেষ্ঠ বেংক’ হিচাপে স্বীকৃতি দিয়া হৈছে। ইয়াৰ মূল্যায়নৰ বিষয়ে এই মেগাজিনে নিজা ৱেবছাইটত উল্লেখ কৰিছে…

এছ অ এছ শিশুগ্রামৰ শিশুক এন চি চি কেডেটৰ সামগ্ৰী প্ৰদান

ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এন চি চি ৰ বায়ু শাখাৰ গুৱাহাটীস্থিত ৫০ আসাম এয়াৰ স্কুৱাদ্ৰোণ ফ্লায়িং এন চি চি ইউনিটৰ কেডেট সকলে বাহিনীটোৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অংশহিচাপে আজি গুৱাহাটীৰ পশ্চিম…

ধাৰাপুৰ টাইকোৱানডো একাডেমিৰ সাফল্য

মহানগৰীৰ ধাৰাপুৰ টাইকোৱানডো একাডেমিয়ে বৰপেটা জিলাত যোৱা ১৪ আৰু ১৫ মাৰ্চত অনুষ্ঠিত চতুৰ্থ বাৰ্ষিক আমন্ত্ৰণমূলক টাইকোৱানডো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয়ী হৈ বৃহত্তৰ ধাৰাপুৰ অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।…